Featured Posts

Excel for beginner's | learn excel easily | in Assamese

আপুনি excel ব্যৱহাৰ কৰোতে - comfortable অনুভৱ কৰিবলৈ -এই excel for beginners tutorial টোত, excelquick introduction video টো চাই - আৰম্ভ কৰিব পাৰে। Spreadsheet এখন open কৰা, rename কৰা, organize কৰা - Cell Address, Title bar, Menu bar, Formula bar কি ? Spread Sheet print আৰু save কৰা, Text/number/date series create কৰা - Cut, Copy, Paste ব্যৱহাৰ কৰা, Row-column insert/delete কৰা - Cell height/ width change কৰা - formulas বোৰ ব্যৱহাৰ কৰা, বিষয়বোৰ এই ভিডিঅ’টোত মই Share কৰিম।


 

Microsoft Excel হৈছে - এক spreadsheet application, য’ত - তথ্যৰ list create কৰা, manage কৰা, analyze কৰা, edit কৰা কামবোৰ কৰিবলৈ ব্যৱহাৰ কৰ। বৃহৎ পৰিমাণৰ data enter কৰা - লগতে - colorful chart, graph, আদি তৈয়াৰ কৰিব পাৰোdata calculate বা analyze কৰিবলৈ formulae ব্যৱহাৰ কৰিব পাৰো। উচ্চ স্তৰত, আপুনি ইয়াক বহুতো জটিল প্ৰয়োজনীয়তা পূৰণ কৰা - এক complete development tool হিচাপে - ব্যৱহাৰ কৰিব পাৰে।

Example হিচাপে দুটা Program কৰো, আহক। যি ধাৰণাবোৰ বুজিবলৈ সহায় কৰিব। B3 cellত এটা সংখ্যা লিখো। তলৰ B4 cell টোত অন্য এটা। ইয়াৰ তলৰ B5 cell টোত type কৰো - equal symbol – প্রথম cellcell address B3, plus symbol, তাৰ পাছত তলৰ cellcell address B4। এতিয়া Enter keyটো press কৰো। Result হিচাপে - B5 cell টোত B3 আৰু B4 cellৰ যোগফল পালো। যদি Plus symbolৰ ঠাইত - minus symbol দি সংখ্যা দুটা বিয়োগ কৰিব পাৰো, multiplication symbol দি সংখ্যা দুটা পূৰণ কৰিব পাৰো, division symbol দি সংখ্যা দুটা হৰণ কৰিব পাৰো। যদি B3, B4 cellত সংখ্যা change কৰো, তেতিয়া automatically result update হ’ব।

আহক অন্য এটা Program কৰো - আমাৰ Aim- column chart এখন প্ৰস্তুত কৰ কামটো আৰম্ভ কৰিবলৈ - table এখন type কৰো। table title - cell কেইটা merge কৰি - Students of our school বুলি type কৰোকম সময়ত tablerow/column বোৰ type কৰি fill কৰো এতিয়া tablecell বোৰ Select কৰি – Insert menuclick কৰি Chartdrop-down menu open কৰি column option select কৰিম। এই দৰে আমি- line, pie, bar, area আৰু বিভিন্ন ধৰণৰ chart option ব্যৱহাৰ কৰি - excel worksheet তৈয়াৰ কৰিব পাৰো

ভিডিঅ’টো শেষলৈকে চাওক - ভাল দৰে জানিবৰ বাবে। যদি ভিডিঅ’টো চাই ভাল পাই – নিশ্চয় আমাৰ চেনেলটো subscribe কৰিব আৰু ভিডিঅ’টো like, comment, share কৰিব। কম্পিউটাৰ প্রাথমিক জ্ঞানৰ বিভিন্ন ভিডিঅ’ এই playlist upload কৰিছো। I- button টো touch কৰি playlist ৰ ভিডিঅ’বোৰ চাব পাৰে।

এখন Spread sheet open কৰিবলৈ, প্রথমে "Start" button click কৰি - All Programs click কৰি - Microsoft office select কৰি, Microsoft Excel click কৰি open কৰিব পাৰো

প্ৰতিটো worksheet by default নাম দিয়া থাকে - sheet 1, sheet 2, sheet 3। লগতে থকা insert worksheet icon টোত click কৰি – আৰু sheet add কৰিব পাৰো আপোনাৰ প্ৰয়োজন অনুসৰি - name টো rename কৰিব পাৰেsheet1 name টো double click কৰিলে - name টো highlight হ’ব আৰু name টো edit কৰিব পাৰো।

Worksheet খন row আৰু column ৰে গঠিত। প্ৰতি cell ৰ এটা cell address থাকে। Name box যদি আমি cell address E15 type কৰি – enter keyটো press কৰিলে – নির্দিষ্ট cell টোলৈ cell pointer টো automatic যাব

Cell বোৰ হৈছে - worksheet ৰ এটা সৰু unit, য’ত data store কৰিবলৈ ব্যৱহাৰ কৰো। Cell এটাক ইয়াৰ column আৰু row number ৰ দ্বাৰা বুজায়। উদাহৰণ হিচাপে - Cell B6 হ’ল – B column টোৰ 6 নম্বৰ row ত আছেKeyboard arrow key বোৰ ব্যৱহাৰ কৰি, এটা cell ৰ পৰা আন এটা cell লৈ move কৰিব পাৰোঁ।

Title bar excel worksheet name display হয়। ই window ওপৰ ফালে থাকেby default, Book 1 নামৰ সৈতে excel worksheet এটা open হয়।

Menu bar title bar ৰ তলত থাকে। ইয়াত বিভিন্ন menu list প্ৰদৰ্শন হয়, যাৰ দ্বাৰা excel worksheet command বোৰ দিবলৈ ব্যৱহাৰ কৰিব পাৰMenu bar click কৰি icon drop down menuclick কৰি এটা dialog boxopen কৰিব পাৰো

Cell অত থকা data বোৰ formula bar display হ’ব য’ত directly edit কৰিব পাৰো

Printing কৰি- যিকোনো content ৰ এটা hard copyতৈয়াৰ কৰা হয়print কৰিবলৈ - File menu Print option select কৰ  বা  shortcut key - Ctrl + P ব্যৱহাৰ কৰিব পাৰো। মন কৰিব – যদি print কৰোতে কোনো data print নহয় বা pageটো ভাল দৰে arrange নহয়। তেতিয়া print preview option টো ব্যৱহাৰ page setup কৰি print কৰিব পাৰো।

Content এটা type কৰাৰ পিছত, ভৱিষ্যত ব্যৱহাৰৰ বাবে - worksheet save কৰা প্রয়োজনFile menu click কৰি - Save option select কৰি fileName এটা type কৰি, worksheet টো save কৰিব পাৰো

Text Series create কৰিবলৈকোনো দুটা celltext দুটা বাৰৰ নাম type কৰো। cell টো দুটা select কৰোtext fill কৰিবলৈ বিচৰা cell টোৰ ওপৰেৰে fill handle (+) drag কৰি - text cell বোৰ fill হ’ব। দুটা বা তিনিটা cell ত একে rationumber type কৰি - cell টোৰ ওপৰেৰে fill handle (+) drag কৰি - number Series create কৰিব পাৰো সেইদৰে দুটা বা তিনিটা cell ত একে ratioDate type কৰি - cell টোৰ ওপৰেৰে fill handle (+) drag কৰি - Date Series create কৰিব পাৰো    

existing document টাData Modify কৰা বা text add কৰা বা cut, copy, paste option ব্যৱহাৰ কৰা – আদি কামবোৰ হৈছে - data editing কৰাWorksheet data edit কৰিবলৈ, cursor টো edit কৰিব বিচৰা cell টোলৈ move কৰো

Cut কৰিব বিচৰা – cell কেইটা select কৰো। Right Click কৰি Cut select কৰো বা clipboard Cut select কৰো বা Shortcut key - Ctrl + X ব্যৱহাৰ কৰিব পাৰো। paste কৰিবলৈ cursor টো বিচৰা position লৈ move কৰো- right click কৰি, paste select কৰো বা clipboard paste select কৰো বা Shortcut key - Ctrl + V ব্যৱহাৰ কৰিব পাৰো

সেই’দৰে - Copy কৰিব বিচৰা – cell কেইটা select কৰো। Right Click কৰি Copy select কৰো বা clipboard Copy select কৰো  বা Shortcut key - Ctrl + C ব্যৱহাৰ কৰো। paste কৰিবলৈ cursor টো বিচৰা position লৈ move কৰ-  right click কৰি, paste select কৰো

Existing table এখনত row আৰু column বোৰ insert আৰু delete কৰিবলৈ, আপুনি insert বা delete কৰিব বিচৰা Row বা column Row mouse pointer বা column mouse pointer select কৰো। Right Click কৰি Insert select কৰি – এটা Row বা column insert কৰিব পাৰো আৰু Delete select কৰি - এটা Row বা column delete কৰিব পাৰো

যেতিয়া আমি এখন table create কৰোঁ, সকলো row বা column height বা width সমান হ’ব পাৰে। যদি row height change কৰিব বিচাৰ, তেতিয়া Home menuformat optionrow height define কৰি change কৰিব পাৰো। সেইদৰে - column width define কৰি change কৰিব পাৰো। আন এটা উপায় হ’ল – Row mouse pointer বা column mouse pointer drag কৰিও - row বা column height বা width change কৰিব পাৰো।

যদি cell enter কৰা data এ cell টো fill কৰাৰ উপৰিও কেইবাটাও cell fill কৰিছে। এতিয়া wrap text optionত click কৰিলে একেটা box ত আনিব বা column mouse pointer ত double কৰি cell size ডাঙৰ কৰিব পাৰো। merge & center option টো ব্যৱহাৰ কৰি কেইবাটাও cell merge কৰি এটা cell কৰিব পাৰো।

কিছুমান নিৰ্দিষ্ট function সম্পাদন কৰিবলৈ excel worksheetpredefined function কিছুমান set থাকেfunction এটা ব্যৱহাৰ কৰোঁতে, আৰম্ভ কৰিবলৈ equal (=) চিহ্নট ব্যৱহাৰ কৰিব লাগেতাৰ পিছত sum বুলি type কৰো আৰু under bracket ৰ ভিতৰত দুটা celladdress type কৰো। cell address দুটাৰ মাজত comma বা colon চিহ্নটো ব্যৱহাৰ কৰিব পাৰো। এতিয়া enter keyটো press কৰো। cell দুটাৰ যোগফলটো পালো। এইদৰে sum অৰ ঠাইত product বুলি type কৰিলে- cell দুটাৰ পূৰণফল উলিয়াব পাৰো। তেনেদৰে - Average বুলি type কৰিলে- cell দুটাৰ average উলিয়াব পাৰো। এইবোৰ mathematical formulas আৰু বহুটো formulas আছে – Date&Time, Text, Logical ইত্যাদি। যদি ভিডিঅ’টো চাই ভাল পাইছে আৰু microsoft excel অৰ বিষয়ে অধিক জানিব বিছাৰে - comment কৰি জনাওক, আমি চেষ্টা কৰিম - সুন্দৰ ভিডিঅ’ তৈয়াৰ কৰিবলৈ।

Post a Comment

0 Comments