আপোনাৰ personal আৰু official documents তৈয়াৰ কৰা সময়ত, desktop বা laptop ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'বও পাৰে। আমাৰ ওচৰত থকা smartphone ব্যৱহাৰ কৰি - আমি Text, image, table আদি ব্যৱহাৰ কৰি- বিভিন্ন documents create কৰিব পাৰোঁ।
প্রথমে, আপোনাৰ Android Phone ত, Microsoft Word কেনেদৰে install কৰিব লাগে- চাওঁ
আহক। Play Store লৈ আহক- Microsoft Word
বুলি type কৰিলে দেখিব - Microsoft Word official application, install কৰিবলৈ click কৰক।
আপুনি install কৰাৰ পিছত, open কৰিবলৈ button টো touch কৰক। ই আপোনাক আপোনাৰ application লৈ নিৰ্দেশ কৰিবলৈ
- মাত্ৰ allow ত ক্লিক কৰক। আপোনাৰ device অৰ photos, media আৰু fies - allow কৰি- Word open হ'বলৈ অনুমতি
দিয়ক।
যদি আপুনি প্ৰথমবাৰৰ install কৰে - ই আপোনাক
sign in বা
sign up কৰিবলৈ ক'ব। যদি আপুনি আপোনাৰ Gmail account ৰ সৈতে sign in কৰিব বিচাৰে - বিনামূলীয়াকৈ sign in কৰিব পাৰে। অন্যথা
sign in later ক্লিক কৰক। accept and send optional data - optionটোত click কৰি, শেষত close অত click কৰক। yes এইটোৱে হৈছে
- mobileৰ official Microsoft Word document।
মই ৰাজু দাস, Microsoft office apps in Mobile - এই video playlistত আপোনাৰ smartphone অত ব্যৱহাৰ হোৱা Microsoft
officeৰ বিভিন্ন apps ৰ বিষয়ে - মই share কৰিম। video বোৰ চাই থাকিবলৈ- channel টো subscribe কৰক।
আপোনাৰ document বোৰ কি দৰে স্থায়ী ভাৱে internet ত save কৰিব - তাৰ বিষয়ে ভিডিঅ'টোৰ শেষলৈ জানিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ
কৰো।
মই যদি এটা নতুন
documents create কৰিব বিচাৰো - ওপৰৰ ফালে থকা Recent
optionৰ ওচৰতে, Go
premium, search আৰু plus button আছে, এই plus button টো touch কৰক। ইয়াৰ পাছত, New অত
Create in This>Documents select ৰ পাছত blank documents touch কৰি - এটা new
document open কৰিব পাৰো। বা আপুনি বিচৰা
যিকোনো templates উপলব্ধ হ'ব - যি আপুনি select কৰিব পাৰে। এটা
Template- documentৰ reusing
format, যি এটা নতুন document তৈয়াৰ কৰাত সহায় কৰে।
মই create কৰা blank documents ৰ Name- Document, এই Document নামটোত click কৰি - Name change কৰিবও পাৰে।এতিয়া মই documents type কৰো। আপুনি আপোনাৰ ম'বাইল ফোনত, click কৰিলে- keyborad
খন দেখিব। Welcome to Ms Word টাইপ কৰো। আপোনাৰ
ওচৰত bold ,italic
,underline আৰু বিভিন্ন options থাকিব। এতিয়া মই text বোৰ blod কৰিব বিচাৰো। মই text বোৰ অলপ সময় press কৰিলে - select pointer দুটা উলাব - তাৰ এটা ব্যৱহাৰ কৰি অংশটো select
কৰো - Bold ক্লিক কৰি text বোৰ blod কৰিব পাৰো। এই
দৰে italic
,underline আদি ব্যৱহাৰ কৰিব
পাৰো।
Text বোৰ highlight কৰিবলৈ - color select কৰি কৰিব পাৰো আৰু Font
color সলনি কৰিবলৈ - color select কৰি কৰিব পাৰো।
যদি আপুনি font সলনি কৰিব বিচাৰো - Expand more
options press কৰি - Home menu select কৰি -
আপুনি যি font বিচাৰে, আপোনাৰ document অনুসৰি font সলনি কৰিব পাৰে।
যদি আপুনি font size বৃদ্ধি কৰিব বিচাৰে - আপুনি আপোনাৰ font size বৃদ্ধি কৰিবও পাৰে।
আপুনি mic option টো ব্যৱহাৰ কৰিব পাৰে- কেৱল বুটামটো hit কৰক, ই আপোনাক আপোনাৰ audio record কৰিবলৈ অনুমতি দিব - কেৱল বুটামটো hit কৰক আৰু আপুনি automatically
আপোনাৰ voice দিয়াৰ পিছত- আপোনাৰ
ম'বাইল ফোনৰ document ত প্রদর্শিত হ'ব।
আমি voice দিয়া আৰম্ভ কৰিব পাৰোঁ - how to do you use, Microsoft Word in
your mobile phone. এতিয়া আপুনি
আপোনাৰ voice টো automatically Text হিচাপে দেখা পাব।
মই bullet আৰু numbering add কৰিব বিচাৰো
- মাত্ৰ bullet বা numbering buttom টো click কৰি,- এইবোৰ ব্যৱহাৰ কৰিব পাৰো- এটা নাম type কৰো- এটা bullet add হ'ব - যদি আৰু এটা bullet add কৰিব বিচাৰো, Return বা Enter key টো Press কৰিম -
এটা অন্য নাম type কৰো- এটা
অন্য bullet add হ'ব। এই দৰে আপুনি যিমান bulletৰ অৱশ্যক ব্যৱহাৰ কৰিব পাৰে। শেষত Return বা Enter key টো দুবাৰ Press
কৰি bullet আৰু numberings ৰ পৰা উলাই আহিব পাৰে।
এতিয়া মই এখন table create কৰিম - Expand
more options ত press কৰি, insert menu
select কৰি - মাত্ৰ table button hit কৰো। automatically আপোনাৰ table খন ইয়াত প্ৰদৰ্শিত হ'ব - আপুনি যি বিচাৰে type কৰিব পাৰে। যদি আপুনি অধিক column/row যোগ কৰিব বিচাৰে - মাত্ৰ
insert right বা below বুটামটো hit
কৰিলে, ই automatically add হ'ব।
মই picture আৰু shape add কৰিম - Expand more options ত press কৰি,
insert menu select কৰি - pictures option ত press কৰি photos বা Camera
ৰ কোনো এটা option select কৰি - picture add কৰিব পাৰো। এতিয়া মই picture এখন select কৰি ব্যৱহাৰ কৰো। যদি photo তুলি - add কৰিব বিচাৰো - তেন্তে photo click কৰিব পাৰো ।
এই দৰে shapes option টোও ব্যৱহাৰ কৰিব পাৰো। ইয়াত বিভিন্ন shape create কৰিব পাৰো আৰু এই shape বোৰত বিভিন্ন colors ৰে fill কৰিৰ উপৰিও color outline নিৰ্ধাৰণ কৰি outline color fill কৰিব
পাৰো ।
যদি text box insert কৰিব বিচাৰো। তেতিয়া text box button টো touch কৰিম, text box ৰ ভিতৰত link option টো insert কৰিম - link option টো select কৰি Insert Link option ত touch কৰিম - ইয়াত text to display ত
my youtube বুলি type কৰিম,
Address ত youtube.com বুলি type কৰিম আৰু Insert touch কৰিম। এইদৰে আমি text box ৰ ভিতৰত Text, Photo, table
আদি insert কৰিব পাৰো।
যদি Document টোত Page number add কৰিব বিছাৰো - Page
number option টোত touch কৰি, Page
number Format select কৰি -
Page number add কৰিব পাৰো।
যদি মই ছবি আঁকিব
বিচাৰো- draw option টো select কৰি আৰু touch কৰি- ছবি draw কৰিব পাৰো - ইয়াত Eraser,
Pen, Highlighter আদি option ব্যৱহাৰ কৰিব পাৰো।
এতিয়া মই layout format ৰ বিষয়ে দেখাব
গৈ আছোঁ - যদি মই documents ৰ Paper margins set বিচাৰো,
কৰিব পাৰো - Paper
size- যেনে, letter, legal বা a4 sheet আদিৰ, যিকোনো এটা Paper
size select কৰিব পাৰো। লগতে orientation,
columns, breaks আদি option বোৰ ব্যৱহাৰ কৰিব পাৰো।
review option টো ব্যৱহাৰ কৰি - documents ত থকা spelling আৰু grammar ৰ error বোৰ properly চাব পাৰো আৰু বিভিন্ন
ভূলবোৰ fix কৰিব পাৰো।
view option টোত উপলব্ধ - mobile view ব্যৱহাৰ কৰি zoom in, zoom out কৰি সম্পূর্ণ word documentটো চাব পাৰো। Print layout ব্যৱহাৰ কৰি- 100%, zoom in, zoom out কৰি সম্পূর্ণ word documentটো চাব পাৰো।
মই যি word document create কৰিছোঁ - সেই
document টো মোৰ বন্ধুক share কৰিবলৈ - কেৱল share button টো press কৰিম । share as attachment select কৰি - word document বা PDF হিচাপে -Email, WhatsApp, OneDrive আদিৰ জৰিয়তে
- share কৰিব পাৰো। ইয়াৰ উপৰিও Save option টো ব্যৱহাৰ কৰি document টো OneDriveত স্থায়ী ভাৱে Save কৰিব পাৰো। যদি document টোৰ Name বা অন্য Location Save কৰিব বিছাৰো- তেতিয়া Save as option টো ব্যৱহাৰ কৰিব পাৰো। Print option টো ব্যৱহাৰ কৰি document
টো মই print কৰিব পাৰো বা document টো PDF অত convert কৰিব পাৰো।
এইদৰে আমি Microsoft Word ৰ application ব্যৱহাৰ কৰি - document create কৰা
- এটা সহজ উপায়, Android mobile phone বা iphone ব্যৱহাৰ কৰি -আমি আমাৰ document create কৰিবলৈ সক্ষম - হ'ব পাৰো।
এই ভিডিঅ'ৰ জৰিয়তে, Microsoft office apps
in Mobile নামৰ playlist টো আৰম্ভ কৰিছো। এই playlist
ত আমি word, excel, power-point, onedrive আদিৰ
বিভিন্ন ভিডিঅ' share কৰিম। ভিডিঅ'বোৰ notification
আগতীয়াকৈ পাবলৈ - আমাৰ channel টো subscribe কৰক আৰু bill icon টো press কৰক। ভিডিঅ'টো শেষলৈকে
চোৱাৰ বাবে ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাব।
0 Comments