Featured Posts

What is Internet? How is connect with Internet? What hardware are produced

 ২০২১ চনৰ Key Internet Facts and Stats অনুসৰি,

·         ৪.৯ বিলিয়ন বা ৪৯০ কোটিতকৈও অধিক সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে।

·         অনলাইনত ১.৮৬ বা ১৮৬ কোটিতকৈও অধিক ৱেবছাইট আছে।

·         ৪.২৮ বিলিয়ন বা ৪২৮ কোটি মানুহে অনলাইন হ'বলৈ তেওঁলোকৰ মোবাইল ব্যৱহাৰ কৰে।

·         ৱেবত ১৯৮.৪ নিযুত বা ১৯২৪ লাখ সক্ৰিয় ৱেবছাইট আছে।

হয়, নিশ্চয় জানিব মন যায় -

·         ইণ্টাৰনেট কি কি দৰে Internet ৰ সৈতে connect কৰা হয় ? আৰু কি কি Hardware প্রযোজন হয়

·         Home Network, Wi-Fi Network আৰু Portable hotspot কি? আৰু কি দৰে set-up কৰা হয়।

·         World Wide Web, Computer Cloud আৰু Web app কি?

·         Email ব্যৱহাৰৰ বিষয়ে - এটা email sign up কৰা- ইত্যাদি

 

Internet হৈছে কোটি-কোটি computer আৰু অন্য electronic devices ৰ এটা global network. Internetৰ দ্বাৰা যিকোনো information access কৰা, বিশ্ব যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ কৰা আৰু বহুটো কার্য সম্পাদন কৰা সম্ভৱ হয়। আপুনি আপোনাৰ computer internet ব্যৱহাৰ কৰি সকলো কার্য কৰিব পাৰে।

 

Internetএ কি বুজাই আৰু আপুনি কি দৰে ইয়াৰ অংশ হ’ব পাৰে ?

 

এক অন্য মাধ্যম, য’ত এটা আনটোৰ deviceৰ লগত connect কৰি এটা network তৈয়াৰ কৰে। মানুহৰ এটা networkৰ দৰে, যি এজনে আনজনৰ লগত সর্ম্পকলৈ আহে, computer network মাধ্যমে এটা groupৰ মাজত connection কৰাই। এটা networkৰ ভিতৰত কোনো device ত একেই networkৰ ভিতৰত অন্য কোনো deviceৰ লগত communicate কৰাই। পৃথিৱীৰ সকলো ঠাইত আৰু চহৰত এই connecting device বোৰৰ network আছে। এই Connection বোৰে - physically wires বা wireless technology ৰ ব্যৱহাৰ কৰে। এই সকলোবোৰ network এটা ডাঙৰ networkৰ লগত connect হৈ থাকে, যাক Internet বুলি কোৱা হয়।

যেতিয়া আপুনি Online হ’ব বা Internetৰ লগত connect হ’ব, আপুনি এই networkত প্রবেশ কৰে আৰু Online থকা সকলো informationaccess কৰিব পাৰে। emailবোৰ send কৰাৰ পৰা informationsearch কৰা বা friendবোৰৰ লগত video chat কৰা, আপুনি অনেক কাম online কৰিব পাৰে। আমি আনৰ পৰা শিকিব পাৰো বা আনক শিকাবও পাৰো আৰু বহুটো।

 

কি দৰে Internet ৰ সৈতে connect কৰা হয়?

আপুনি information বা communicate online কৰিবলৈ, আপোনাৰ deviceটো access কৰাৰ আগত Internetৰ সৈতে connect কৰিব লাগিব। যদি আপুনি ভাৱে ঘৰত internet ব্যৱহাৰ কথা, তেন্তে আপোনাৰ প্রয়োজন হ'ব- এটা উপযুক্ত device, যেনে- Desktop, Laptop, Tablet আৰু mobile phone আদি আৰু এক ISP (Internet Service Provider), যি কোনো এটা Phone company বা cable company ৰ পৰা কিনিব পাৰে।  কিছুমান ঠাই, যেনে- libraries, cafes আৰু school ত বিনামুলীয়া Wi-Fi সেৱা সিহঁতৰ গ্রাহক, ছাত্র-ছাত্রীক বা সমর্থক প্রদান কৰে।

 

বিভিন্ন Internet Service Provider সম্পর্কে আপুনি নিশ্চয় জানে, আপোনাৰ অঞ্চলত কোনটো Internet Service Provider ৰ উপলব্ধতা জনাত আপুনি কিছু অনুসদ্ধান কৰিব পাৰি। আপুনি যদি আৰম্ভ কৰাত সমস্য হয়, তেন্তে আপুনি আপোনাৰ বন্ধু, পৰিয়ালৰ সদস্য আৰু ওচৰ মানুহে কোনটো Internet Service Provider  ৰ ব্যৱহাৰ কৰে তাৰ সর্ম্পকে কথা পাতক। আপোনাৰ অঞ্চলত উপলব্ধ বিভিন্ন Internet Service Provider ৰ বিষয়ে ভালকৈ ধাৰণা পাব ।

Internet Service Provider ৰ বিভিন্ন internet গতিৰ সৈতে কিছুমান স্তৰৰ সেৱা প্রদান কৰে, যাক Mbps (megabits per second) ৰ দ্বাৰা জোখা হয়। আপুনি যদি প্রধানত Email আৰু social Networking ৰ কাৰণে internet ৰ ব্যৱহাৰ কৰিব বিচাৰে, আপোনাক shower connection এটাৰ প্রয়োজন হ'ব। যদি আপুনি Music download কৰা বা video এটা stream কৰে, তেতিয়া আপোনাক faster connection এটাৰ প্রয়োজন হ'ব।

 

কি কি Hardware প্রয়োজনীয় হয় Internetৰ সংযোগৰ বাবে?

আপোনাৰ computer internet সংযোগৰ বাবে বেছি অতিৰিক্ত Hardwareৰ প্রয়োজন নহয়। আপোনাৰ প্রয়োজনীয় এবিধ প্রাথমিক Hardware হ'ল- modem

আপুনি যি ধৰনৰ internet ব্যৱহাৰ কৰে সেই অনুসৰি কি ধৰণৰ Modem প্রয়োজন হ'ব, নির্ধাৰণ হয়। Dial-up চলোৱাই telephone modem ব্যৱহাৰ হয়, DSL সেৱাত DSL modem ৰ ব্যৱহাৰ হয়, cable চলোৱাই cable modem ব্যৱহাৰ হয়, Satellite সেৱাত Satellite adapterৰ ব্যৱহাৰ হয়। আপোনাৰ Internet Service Provider এ আপোনাক কেতিয়াবা fee বা চুক্তি স্বাক্ষৰ কৰাৰ পাছত modem দিয়ে, যি সুনিশ্চিত কৰাত সহায় কৰে, যে আপোনাৰ কাষত এটা সঠিক ৰূপত modem আছে। যদিও আপুনি কোনো দোকানৰ পৰা ভাল বা কম ব্যয়বহল Modem কিনিব বিচাৰে, আপুনি বেলেগ এটা কিনা পছন্দ কৰিব পাৰে।

এটা router হৈছে- এবিধ hardware device যি আপোনাক অনুমতি দিয়ে এটা internet Connection ৰ পৰা বহুতো computer আৰু অন্য Devicesৰ লগত Connect কৰিবলৈ, ইয়াক home Network বুলি কোৱা হয়। কিছুমান router wireless হয়, যি আপোনাক এটা home wireless Network তৈয়াৰ কৰিব দিয়ে, সাধাৰনতে ই Wi-Fi Network হিচাপে পৰিচিত।

Internet ৰ লগত সংযোগ কৰিবৰ কাৰণে আপোনাক router কিনাৰ প্রয়োজন নহ'ব। Ethernet cable ৰ ব্যৱহাৰ কৰি আপোনাৰ Computer টো directly modem ৰ লগত সংযোগ কৰা সম্ভৱ হয়। ইয়াৰ উপৰিও কিছুমান modem ত অন্তর্নিমিত router থাকে, সেইকাৰণে আপোনাৰ ওচৰত অতিৰিক্ত Hardwareৰ নাথাকিলেও এটা Wi-Fi Network তৈয়াৰ কৰাৰ বিকল্প থাকে। Smartphone Portable hotspot ব্যৱহাৰ কৰি এটা Wi-Fi Network তৈয়াৰ কৰিব পাৰে

 

ইণ্টাৰনেট কি ? কি দৰে connect কৰা হয় ? আৰু কি কি Hardware প্রযোজন হয় - বিষয়বোৰৰ এই ভিডিঅ'টোত share কৰিছো

Post a Comment

0 Comments