এটা নতুন computer program ব্যৱহাৰ আৰম্ভণি কৰা জটিল দেখা দিয়ে, কিন্তু আপুনি যি ভাৱে তাতকৈ অধিক আপুনি ইতিমধ্যেই জানে। যদিও আপোনাৰ front ৰ screen খনক সম্পূর্ণ ৰূপত অপৰিচিত দেখে, আপুনি এতিয়ালৈকে আপোনাৰ computerৰ বিষয়ে যিমান শিকিছে আৰু অন্য programবোৰে আপোনাক পৰৱর্তী কি কৰিব লাগিব তাক নির্ধাৰণ কৰাত সহায় কৰিব। যিদৰে আপুনি নতুন programৰ ব্যৱহাৰ অধিক সময়ৰ বাবে কৰে, ই অধিক পৰিচিত যেন অনুভৱ কৰাব।
Programবোৰৰ সৈতে Similarity সমূহ
আপুনি
এটা নতুন Program open কৰিছে, তেতিয়া
প্রায়েই পৰিচিত featureবোৰ দেখিব। আপুনি ইয়াক realize
কৰিব নোৱাৰে, কিন্তু অধিক সংখ্যক computer program ৰ basic
featureবোৰ একেই। সেইহে এবাৰ আপুনি এটি programৰ ব্যৱহাৰ কৰা শিকিছে, আপুনি আগতীয়াকৈ কিছু এই বিষয়ে জানা আৰু অন্য এটি programত ব্যৱহাৰ কৰা যত্ন কৰক। যিদৰে keyboard shortcut প্রায়বোৰ
program ত একেই ধৰণৰ।
সকলোবোৰ programত file আৰু Edit menu দুয়োটাই থাকে। এই দুয়োটা সাধাৰণতে
একেই ঠাইতে থাকে: আপোনাৰ screenৰ ওপৰত নতুবা এটা drop-down
menu বা এটা ribbonত। যিকোনো programত File আৰু Edit menu বোৰত similar
functionবোৰ, যেনে – New, Open,
Save, Print, copy, cut, delete আৰু undo আদি একেই থাকে। যদিও আপুনি জানে Microsoft Wordত File
menuৰ ভিতৰত Print funcationটো appear হয়, আপোনাক google driveত ইয়াক বিচাৰিবলৈ সহজ
হ'ব।
আপুনি যেতিয়া কোনো applicationৰ contentত create কৰা, edit কৰা বা অন্য ধৰণৰ কোনো modify কৰিছে তেতিয়া আপুনি কাম কৰা fileটো save কৰিব বিচাৰিব। ধৰাহওঁক, আপুনি word processor ত Report এটা type কৰিছে, Reportটো Project
report বুলি save কৰিব, আপুনি পিছত
সেই fileটো পুনৰ open কৰি fileটোত যিকোনো ধৰণৰ কাম কৰিব পাৰে। সেইহে, এইটো বুজি
পোৱা গুৰুত্বপূর্ণ file এটা open আৰু save
কৰা।
যি
দৰে আমি windows 7 থকা WordPad ক open কৰো, যি in-built application। আমি
ইয়াক start বা main menu ত বিচাৰি পাম। ইয়াৰ
পাছত All programক select কৰাৰ পাছত Accessoriesক select কৰি তাত থকা WordPadটো
select কৰিম। WordPadত start হ’ব আৰু এটা new black documentৰ open হ’ব য’ত আপুনি type কৰিব পাৰিব। যেতিয়া আপুনি যিকোনো
সময়ত সক্রিয়ভাৱে এটা document বা এটা project কাম কৰি আছে। আপোনাৰ fileটো পর্যায়ক্রমে save
কৰিব লাগে, যি এটা ভাল অনুশীলন যেতিয়া electricity গুচি
যায় বা computerটো বন্ধ হয় তেতিয়া আপোনাৰ fileটো নেহেৰুৱাই। এতিয়ালৈ type কৰা documentটো save কৰিম। WordPadত থকা saveত select কৰিম। তেতিয়া windows এখন open হ’ব আৰু আমাৰ computerৰ কোনো ঠাইত save কৰিম তাক promot কৰিব, সাধাৰণতে automatically My documentটোক select
হয়। কিন্তু fileটো computerৰ অন্য ঠাইত save কৰিব বিচাৰো, ধৰাহওক fileটো desktopত save কৰিম আৰু fileটোৰ name এটা দিম। এতিয়া ইয়াত desktopৰ locationটো select কৰি, File nameটো type কৰি fileটো save কৰিম। file
nameটোৰ শেষত dotৰ পাছত ৩/৪ টা text দেখিব, ইয়াক file extension বোলা হয় আৰু এই file
extension নিধাৰণ কৰে fileটো কোনটো typeৰ। ইয়াৰ বিষয়ে আমি আগত আলোচনা কৰিছো।
Hidden
toolbarবোৰ check কৰা-
ধৰা হওক, আপুনি নতুন program এটাৰ familiar
functionবোৰ check কৰিছে, কিন্তু
ইয়াৰে কিছুমান আপুনি বিচাৰি নাপাব। আপুনি বাদ নিদিব যদি আপুনি বিশ্বাস কৰে আৰু
বিশেষ funcation বোৰ ইয়াতে পাব।
আপুনি এইবোৰ মাত্র open কৰাৰ প্রয়োজন।
বহুটো programত বিভিন্ন toolbar, sidebar থাকে, আপুনি hide বা visible কৰিব পাৰিব, আৰু by default সেইবোৰ hide হৈ থাকিলেও আপুনি পুনৰ সেই programটো আৰম্ভ কৰিব
পাৰে। যদি আপুনি কোনো function বিচাৰি পোৱা নাই, Hidden toolbarবোৰ check কৰিবলৈ view বা window menuত click
কৰি চেষ্টা কৰক।
আপোনাৰ যদি যিকোনো trouble আছে। আপুনি
কিবা program ব্যৱহাৰ কৰা প্রয়াস কৰি আছে, ইয়াত বিভিন্ন
অপৰিশ্চিত elemantবোৰ দেখিছে বা ইয়াত যি feature
আছে তাক ব্যৱহাৰ কৰি পৰা নাই, হতাশ নহ’ব- ইয়াতে
কিছুমান বস্তু আছে আপুনি যিকোনো programৰ আশে-পাশে ইয়াৰ
সমাধানৰ উপায় বিছাৰি পাব।
Help
features ৰ ব্যৱহাৰ -
Software
company বোৰৰে জানে অধিকাংশ userক নিজৰ program
ব্যৱহাৰ কৰাৰ সর্ম্পকে প্রশ্ন থাকিব, সেই বাবে built-in
help featureবোৰ অর্ন্তভূক্ত কৰে। আপুনি সাধাৰণ ভাৱে programটোৰ help featureবোৰ আপোনাৰ screenৰ ওপৰত থকা Help menuত কেতিয়াবা ই এটা question
mark icon হিচাপেও থাকিব পাৰে, ইয়াত click কৰি ব্যৱহাৰ কৰিব পাৰে- আপুনি যিকোনো কাম কিদৰে কৰে তাৰ instructionবোৰ, troubleshootingৰ কিছুমান tips আৰু সঘনাই সুধিব
লগা questionবোৰৰ answer বিচাৰি পাব।
কিছুমান help featureবোৰ online help forumৰ link অর্ন্তভূক্ত থাকে, য'ত user য়ে এজনে আনজনৰ questionবোৰৰ answer post কৰিব পাৰে। মন ৰাখিব, যদি আপোনাৰ কাষত কোনো ধৰণৰ পূর্ণতা নাই, এইটোও সম্ভৱ
অন্য user ৰ কাষতো কোনো ধৰণৰ পূর্ণতা নাই, সেই সময়ত help
section ত তাৰ সর্ম্পকত কিছু information যোগাৰ
কৰা যত্ন কৰিব।
Google ত কৰক !
যদি আপোনাৰ programৰ help
featureত answer পোৱা নাই, তেতিয়া Googleত solution বিচৰাৰ প্রয়াস কৰক। আপুনি সম্ভৱত অন্য
ব্যৱহাৰকাৰীৰ পৰা tutorial বা postবোৰ
পাব য'ত program এটাৰ ব্যৱহাৰ কিদৰে কৰিব সেই বিষয়ে
জনাব। আপুনি video tutorialৰ বাবে Youtubeত search কৰিব পাৰে।
0 Comments