Featured Posts

How to create presentation in PowerPoint | in Assamese

আপোনাৰ প্রকাশ কৰিবলৈ এটা কাহিনী আছে। microsoft Powerpoint application টোএ আপোনাক সহায় কৰিব পাৰে। Text, pictures, chart, audio, videos ইত্যাদি add কৰা, বিভিন্ন themeবোৰ ব্যৱহাৰ কৰি design কৰা, slide আৰু title/subtitle animation কৰিবলৈ বিভিন্ন effect ব্যৱহাৰ কৰিব পাৰে দুটা/তিনিটা সহজ পদক্ষেপত, আপুনি এজন professional ৰ দৰে design কৰি, আপোনাৰ কাহিনী visually তৈয়াৰ কৰিব পাৰে। যেতিয়া আপুনি Present কৰিবলৈ সাজু হয়, আত্মবিশ্বাসেৰে উপস্থাপন কৰিব পাৰে। Slide show from beginning select কৰি, আপোনাৰ presentation আৰম্ভণিৰ পৰা present কৰিব পাৰে



এটা new presentation Create কৰা, Save কৰা, design কৰা, share কৰা, present কৰা - বিষয়বোৰ Share কৰিম যদি আপুনি আমাৰ channelটো subscribe কৰা নাই, নিশ্চয় ভিডিঅ'টো চাই subscribe কৰক ওপৰৰ i-buttomটোত ক্লিক কৰি-  কম্পিউটাৰ সৈতে কাম কৰা - video playlistটোৰ কম্পিউটাৰ বিষয়ে প্রাথমিক ধাৰণা বিভিন্ন ভিডিঅ' চাই -  অধিক জানিব পাৰে ভিডিঅ'বোৰ চাই like, comment আৰু share কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো

 

এটা new presentation Create কৰিবলৈ - New select কৰক  ইয়াত Installed Templates বা Themes বা Blank and recent কোনো এটা select  কৰিব পাৰে, এতিয়া মই Blank and recent select কৰিছো

Slide layout text add  কৰিবলৈ -

Click to add title select কৰি - presentation টোৰ এটা নাম দিম

মই presentation টো অসমীয়াত type কৰিম অসমীয়া কি দৰে ব্যৱহাৰ কৰিছো জানিবলৈ, তলৰ comment box comment এটা কৰক, মই কি দৰে ব্যৱহাৰ কৰো তাৰ বিষয়ে ভিডিঅ'ৰ জৰিয়তে জনাম

আহক এটা Title type কৰো -

আজিৰ digital world অৰ বিষয়ে কিছু কথা -

- আৰু subtitle type কৰো - type অলপ speed কৰিছো, ভিডিঅ'টোৰ সময় কমাবলৈ

Text বোৰ format কৰিবলৈ -

·         Home tab Font, Font size, Bold, Italic, Underline, আদি option বোৰ select কৰিব পাৰে

·         Format tab WordArt style বোৰৰ এটা select কৰি Text বোৰ format কৰিব পাৰে

 

slide এখন add কৰিবলৈ -

·         Home  tab New Slide select কৰক।

·         drop-down menu ৰ পৰা আপুনি বিচৰা Layout type select কৰক।

প্রথমে slide অৰ title, আজিৰ digital world কি? type কৰো দুটা cotent add কৰা slide খনৰ এটাত আজিৰ digital world ৰ বিষয়ে কিছু type কৰো অলপ speed  কৰো type কৰোতে এতিয়া কাষৰ content areabullets বা numbering lists create কৰিম প্রথমে দুটা line type কৰো bullets বা numbering lists create কৰিবলৈ, text line type কৰো আৰু তাৰ পিছত Bullets বা Numbering select কৰো। এতিয়া Enter keyটো press কৰি অন্য এটা text line type কৰো, আকৌ Enter keyটো press কৰো এই দৰে bullets বা numbering  ব্যৱহাৰ কৰা হয়

অন্য এটা slide লৈ ডিজিটেল প্ৰযুক্তিৰ সুবিধা আৰু অসুবিধাৰ কিছু কথা type কৰো এটা content areaত সুবিধাসমূহৰ বিষয়ে আৰু অন্য content areaত অসুবিধাসমূহৰ বিষয়ে লিখো

আৰ এটা slide লৈ table, picture, shape আদি add কৰিম - প্রথমে title এটা type কৰো - আমি ডিজিটেল পৃথিৱীত আছোঁ নেকি?

Insert tab select কৰি -

·         table এখন add কৰিবলৈ: table select কৰি cell বোৰ select কৰিব পাৰো

·         picture এখন add কৰিবলৈ: Pictures select কৰো।

আপুনি বিচৰা picture খনৰ বাবে deviceঅৰ পৰা browse কৰক আৰু insert select কৰক।

Shapes, Icons, SmartArt, text box, movie, sound আদি কৰিবলৈ, আপুনি বিচৰাটো select কৰি add কৰিব পাৰে

 

PowerPoint design কৰিবলৈ আপুনি themes ব্যৱহাৰ কৰিব পাৰে -

themes insert কৰিবলৈ > Design tab select কৰক> এটা themes select কৰক আৰু বিভিন্ন Variants ৰ মাজৰ এটা select কৰো।

 

এখন slide ৰ পৰা আন এখনলৈ transition কৰিবলৈ, special effect add কৰিব পাৰো

·         আপুনি এটা transition add কৰিব বিচৰা slide খন select কৰো।

·          Transitions tab ত, আপুনি বিচৰা effect টো select কৰক। morph, cut, fade, push, wipe আৰু বিভিন্ন effect ব্যৱহাৰ কৰিব পাৰে options, duration, apply to all আদি set কৰিব পাৰে

·         transitions undo কৰিবলৈ, None select কৰিব পাৰে।

 

text বা object বোৰ animate কৰিবলৈ:

·         আপুনি animate কৰিব বিচৰা text বা object টো select কৰো।

·         Animations tab ত, custom Animation select কৰি drop-down ৰ পৰা আপুনি বিচৰা animation টো select কৰিব পাৰে।

·         ইয়াত effect options, move earlier, move later আদি set কৰিব পাৰে

 

PowerPoint টোৰ Slide Show কৰিবলৈ - Slide Show tab From beginning select কৰক। প্রথম slide ৰ পৰা আৰম্ভ হ'ব আৰু Next Slide লৈ change কৰিবলৈ left mouse click কৰক বা automatically slide time set কৰিবও পাৰে আমাৰ presentration সম্পূর্ণকে এবাৰ preview কৰো

Post a Comment

0 Comments