Featured Posts

এটা Computerত কি কি parts থাকে? Parts of a computer-কম্পিউটাৰৰ সৈতে কাম কৰা | in Assamese | mselearn

 যেতিয়া আমি computer শব্দটোৰ ব্যৱহাৰ কৰো, তেতিয়া আমি সাধাৰনতে বিভিন্ন hardware deviceবোৰৰ সমষ্টিৰ কথা কঁও, যি computer এটা সম্পূর্ণ ৰূপত তৈয়াৰ কৰে। সাধাৰণতে, এটা Desktop Computer primary partবোৰ হ’ল- Computer case, monitor, keyboard, mouse আৰু Power board, আদি। Computer ৰ ব্যৱহাৰ কৰাত এই প্রত্যেক অংশই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।



Computer Case হৈছে, ধাতু বা প্লাষ্টিক বাকচ, য’ত- computerৰ মূখ্য উপাদান সমূহ থাকে। যেনে- mother Board, Central Processing Unit (CPU), Power supply, RAM আদি। Case ৰ সন্মুখ ভাগত- এটা On/Off bottom আৰু বিভিন্ন port থাকে।

Computer Case বোৰৰ বেলেগ বেলেগ আকৃতিত আৰু আকাৰত থাকে। Desktop computer বোৰ এখন desk বা table ত ৰখা হয় আৰু Monitor ইয়াৰ ওচৰতে ৰখা হয়। Computer case বোৰৰ ওখ আৰু Monitor ৰ কাষত বা তলত ৰখা হয়। All-in-one computer আভ্যন্তৰিণ উপাদানৰ সৈতে Monitor ৰ ভিতৰত সকলো আহে, যি অন্য এটা বেলেগ computer case ৰ আৱশ্যক নহয়।

Monitor ৰে Video card ৰ সহায়ত কাম কৰে, যি computer case ৰ ভিতৰত থাকে আৰু Monitor Screenimage, video, text আদি প্রদর্শণ কৰাই। অধিকাংশ Monitor control button থাকে, যি MonitorDisplay Setting ক সলনি কৰিবলৈ অনুমতি দিয়ে আৰু কিছুমান Monitor ত অন্তনির্হিত Speakers থাকে।

নতুনকৈ অহা Monitor বোৰ সাধাৰণতে LCD (Liquid Crystal Display) বা LED (light-emitting diode) displayএইবোৰ আকৃতিত পাতল, সেইহে ইয়াক flat panel display বুলি কোৱা হয়। আগৰ Monitor বোৰে CRT(Cathode Ray Tube) display ব্যৱহাৰ কৰিছিল। CRT Monitor বোৰ বহুত ডাঙৰ আৰু ই অধিক desk space লৈছিল।

Keyboard হৈছে, Computer ৰ লগত সর্ম্পক স্থাপন কৰিবলৈ মূখ্য ভূমিকা লয়। keyboardৰ সহায়ত আপুনি ব্যৱহাৰ কৰি থকা applicationtext, number, আৰু অন্য character বোৰে computerinput প্রদান কৰিব পাৰে। বিভিন্ন ধৰণৰ Keyboard আছে, কিন্তু আপোনাক একেই ধৰণৰ আৰু একেই মূলৰ কার্য সম্পূর্ণ কৰিবলৈ অনুমতি দিয়ে।

Mouse হৈছে, Computer ৰ লগত জড়িত এটা মহত্বপূর্ণ সর্ম্পক স্থাপনৰ উপকৰণ। ইয়াক সাধাৰণতে pointing device বুলি কোৱা হয়, Monitor screenObjectpoint কৰিবলৈ, click কৰিবলৈ আৰু move কৰিবলৈ সুবিধা দিয়ে। Mouse ৰ দুটা মুখ্য প্রকাৰ আছে: Optical আৰু MechanicalOptical Mouse এ চলন Detect কৰিবলৈ এটা electronic eye ব্যৱহাৰ কৰে আৰু ইয়াক পৰিস্কাৰ কৰা সহজ। Mechanical mouse এ চলন Detect কৰিবলৈ Rolling ballৰ ব্যৱহাৰ কৰে আৰু সঠিকভাৱে কাম কৰিবলৈ নিয়মিত পৰিস্কাৰ কৰাৰ আৱশ্য হয়।

Mousealternative কিছুমান অন্য ধৰণৰ deviceও আছে, যি Mouseৰ দৰে কার্য সম্পন্ন কৰে। জনসাধাৰণে এইবোৰ Mouse ব্যৱহাৰ কৰি সহজ পায় আৰু ইয়াৰ পাৰস্পৰিক Mouse ৰ তুলনাত কম desk space ৰ আৱশ্যক হয়। সকলোতকৈ জনপ্রিয় Mousealternative বোৰ হ’ল -

- Trackball: এটা trackballত এটা ball থাকে, যিয়ে স্বতন্ত্র ৰূপত গতি কৰিব পাৰে। অন্যহাতে এই device Mouse ৰ দৰে লৰচৰ কৰিব পাৰি, ball টোক আপুনি ঘূৰাব আৰু বুঢ়া আঙুলিৰে pointer অৰ move কৰিব পাৰে।

- Touchpad: এখন touchpad যাক track pad বুলিও কোৱা হয়, এবিধ touch-sensitive pad থাকে যি আপুনি নিজৰ হাতৰ আঙুলিৰে ছবি আকাৰে গতি কৰি pointer ক নিয়ন্ত্রিত কৰিবলৈ সুবিধা দিয়ে। Laptop computer ৰ ক্ষেত্রত touchpad গুৰুত্বপূর্ণ।

অন্য important hardware part, যি আজিৰ দিনত computerত ব্যৱহৃত হয়, তাৰে ভিতৰত speaker ৰো অন্যতম, যাৰ দ্বাৰা আপুনি যি application ব্যৱহাৰ কৰিছে তাত থকা audio শুনিব পাৰে। Speakerবোৰ অবিহনে আপুনি computerৰ শব্দ শুনিব নোৱাৰে। সেইদৰে, আপোনাৰ এডাল microphoneৰ আৱশ্যক হ’ব, যদি আপুনি computer ৰ পৰা voice call বা record কৰিব বিছাৰিছে, এটা video conference program ত য’ত voice record কৰাৰ প্রয়োজন হয়। Laptop, tablet, mobile phone আদিত in-built speaker বা microphone থাকে। কিন্তু অন্য computerবোৰত external speaker বা microphone ৰ আৱশ্যক হয়।

এতিয়ালৈকে আমি গ’ম পালো, Computer এটা তৈয়াৰ হ’বলৈ অনেক partবোৰৰ আৱশ্যক হয়। যিবোৰ parts ৰ বিষয়ে, এই lessonটোত উল্লেখ কৰিছো- monitor, keyboard, mouse, speaker আৰু microphone আদি হৈছে, আপোনাৰ computerত সাধাৰণতে ব্যৱহাৰ কৰা অধিকাংশ applicationৰ লগত interact কৰা আৰু সেইবোৰ operate কৰিবলৈ সকলোতকৈ essential parts

Post a Comment

0 Comments