আপোনাৰ operating system ৰ update ৰখা viruses, malware আৰু অন্যান্য internet সুৰক্ষা বিপদৰ পৰা বাচিবৰ বাবে সকলোতকৈ গুৰুত্বপূর্ণ পদক্ষেপ। আপোনাৰ software বোৰ up to date ৰখা internet সুৰক্ষাত এক গুৰুত্বপূর্ণ অনুশীলন। বেছিভাগ softwareত by default নিজে automatically updateবোৰ হয়, কিন্তু আপুনি জনা উচিত হ'ব updateবোৰ কিদৰে check কৰিব আৰু প্ৰক্ৰিয়াটো নিজে আৰম্ভ কৰা। আপোনাৰ softwareৰ update ৰখাৰ উপায় জানিলে আপোনাৰ computer টো সুস্থিৰ আৰু সুৰক্ষিত ৰখাত improve কৰিব আৰু আপুনি নতুন featureবোৰৰ সর্ম্পকে জানিব পাৰিব, আপোনাক এজন তথ্যবিজ্ঞ আৰু কর্তৃত্ব পোৱাত সহায় কৰিব।
Windowsৰ updateবোৰ search কৰাৰ বাবে
কিছু সময় ল'ব। এবাৰ হৈ গ'লে, কোনো যদি update উপলব্ধ থাকে, তাক install কৰাৰ বাবে আপোনাক promoted কৰিব।
সকলো update বোৰ install কৰোতে কিছু সময় লাগিব পাৰে। computer ক এৰা দিয়ক আৰু
শেষ হোৱা লৈকে অন্য কিছু কৰা নিৰাপদ। ই শেষ হৈ গ'লে, windows টোৱে সম্ভৱত আপোনাক computerটো restart কৰিবলৈ prompt কৰিব।
ইয়াৰ পাছত যদি আপোনাৰ কিছু কৰাৰ দৰকাৰ হয় windows এ আপোনাক prompt
কৰিব নতুবা, আপুনি up to date !
আপোনাৰ
App বোৰৰ Update কৰা-
যিকোনো appsৰ বাবে নিয়মিত updateতে সুৰক্ষাৰ উপৰিও নতুন feature আৰু সুস্থিৰতা
প্ৰদান কৰে, সেইবাবে ইয়াক update কৰাৰ আৱশ্যকতা
আছে। তথাপিও এই Browser আৰু Antivirus software নিচিনা অধিক essential software ৰ বাবে সুৰক্ষা
অন্যতম operating system ৰ সমানে ই গুৰুত্বপূর্ণ।
যেতিয়া আপুনি windows বা Android
phoneত কোনো appক open কৰে
নিজে update বোৰ show কৰে। যদি আপুনি
ইয়াক app store বা যিকোনো অন্য distribution platformৰ মাধ্যমেৰে install কৰে, তেতিয়া programটোৱে আপোনাক update ৰ বিষয়ে alert কৰিব। Standalone programবোৰৰ বাবে, programৰ menuটোৰ বিষয়ে জানিবৰ বাবে সময় উলিয়াই আৰু ইয়াৰ প্ৰক্ৰিয়াবোৰ জনাৰ চেষ্টা
কৰিব।
Computer টো সুৰক্ষিত ভাৱে ৰখা-
আপোনাৰ computer এ অনেক সম্ভাব্য ভাবুকি
মুখা-মুখি হ'ব লাগিব তাৰ ভিতৰত viruse, malware আৰু hard
drive ব্যর্থতাই প্রধান। সেইবাবে আপোনাৰ আৰু সুৰক্ষাৰ বাবে এইবোৰ
সকলো কৰা সম্ভাব্য গুৰুত্বপূর্ণ।
• Malwareৰ বিৰুদ্ধে সুৰক্ষা -
Malware এক ধৰণৰ software যি তৈয়াৰ হয় আপোনাৰ computerৰ damage কৰিব বা আপোনাৰ ব্যক্তিগত informationত unauthorized accessৰ অনুমতি পায়। ইয়াৰ ভিতৰত - viruses, worms, Trojan horses আৰু
spyware আদি অর্ন্তভুক্ত। বেছিভাগ Malware বিতৰণ হয় internet মাধ্যমত আৰু প্রায়েই অন্যান্য
কিছুমান software ৰ লগত bundle কৰা হয়।
Malware ৰ পৰা ৰক্ষা পাবলৈ আপোনাৰ Computerত antivirus
softwareৰ install কৰিব লাগিব। তেনে কিছুমান antivirus
software যেনে- K7, Norton,
Kaspersky আদি। antivirus software install কৰিলে
Malwareৰ প্রতিৰোধ কৰাত সহায় কৰে আৰু ই আপোনাৰ Computerৰ পৰা malware বোৰ remove কৰে।
যেতিয়া
আপুনি Web browsing কৰি আছে বা email ব্যৱহাৰ
কৰি আছে, তেতিয়া Smart হৈ থকাটোও গুৰুত্বপূর্ণ। যদি
কোনো Website বা email attachment ত
সন্দেহজনক লাগে, তেতিয়া আপোনাৰ প্রবৃত্তিক ভৰসা ৰাখক। মনত ৰাখক যে antivirus
software ৰে সকলো বস্তুক catch কৰিব নোৱাৰে।
সেইহে, ই অতি উত্তম য'ত malware থাকিব পাৰে, সেইবোৰৰ download বর্জন কৰা।
• Computerৰ data বোৰ Back-up কৰা -
এবাৰ ভাৱক যদি হঠাতে আপোনাৰ Computer এ কাম
কৰা বন্ধ হয়, আপুনি যিকোনো গুৰুত্বপূর্ণ documents, photos, বা অন্য files হেৰুৱাব। এইটো সম্ভৱ আপোনাৰ computerটো পুনৰ repair কৰিব পাৰিব, কিন্তু
আপোনাৰ fileবোৰ স্থায়ী ভাবে হেৰুৱাব। ভাগ্যক্রমে, আপুনি External
hard drive বা Online backup serviceত আপোনাৰ
সকলো filesৰ backup copies তৈয়াৰ কৰি
ইয়াৰ পৰা প্রতিৰোধ পাব পাৰে।
• External hard drive বোৰ -
আপুনি এটা External hard drive কিনিব
পাৰে আৰু আপোনাৰ computerৰ সকলো file ইয়াত
copy কৰি ৰাখিব পাৰে। Primary Back-upৰ
বাবে অনেক ঘন্টা সময়ৰ প্রয়োজন হয়, সেইহে আপোনাৰ এটা নিদির্ষ্ট সময়ৰ র্নিবাচণ কৰক যি সময়ত
আপুনি computerটো access নকৰে। Backup কৰা প্রক্রিয়া গোটেই ৰাতি run কৰা অতি উত্তম। Regular
basicত backup কৰা প্রয়োজন কিন্তু ই বেছি সময়ৰ
বিৰতি লোৱা উচিত নহয়।
·
Online
backup serviceৰ ব্যৱহাৰ -
আপুনি Online backup service যেনে - Mozy, Carbonite, Box আদি ব্যৱহাৰ কৰিও আপোনাৰ file বোৰ backup
কৰিব পাৰে। এই service এ আপোনাৰ file সমূহ Cloudত backup কৰে, সেইহে
যিকোনো computerত Internet connection কৰি আপোনাৰ
file বোৰ recover কৰিব পাৰে। এই site
সমূহে প্রদান কৰা storageৰ পৰিমান ভিন্ন, আপোনাৰ
পর্য্যাপ্ত পৰিমানৰ storage spaceৰ বাবে fees pay কৰা প্রয়োজন হ'ব। Online backup serviceৰ এটা দুর্বলতা হ'ল initial
backup কৰোতে slow হয় আৰু যদি আপোনাৰ Fileৰ সংখ্যা বেছি তেন্তে upload কৰোতে দিনটো ল'ব। যি হওক subsequent
backupৰ বাবে বেছি সময়ৰ প্রয়োজন নহয়।
অন্য সংৰক্ষিত technique সমূহ
• Fileবোৰ delete কৰা
আপোনাৰ
computerটো smoothly run কৰিবলৈ file
আৰু folderবোৰ বিশৃঙ্খল ভাৱে নৰখাটো
গুৰুত্বপূর্ণ। আপোনাৰ প্রয়োজনীয় file এটা বিচৰাত বিশৃঙ্খল বা
unorganized folderত বহুত difficult হয়।
ইয়াৰ উপৰিও, অপ্রয়োজনীয় কিছুমান file আপোনাৰ Hard
driveটো পূর্ণ কৰি ৰাখে, যাৰ ফলত
আপোনাৰ computerটো slow হয় আৰু ব্যৱহাৰ কৰিবলৈ difficult
হয়। আপুনি কিছুমান কার্য কৰি অপ্রয়োজনীয় file সমূহ
delete কৰা আৰু আপোনাৰ computerৰ performance
উন্নত কৰিব পাৰে।
আপোনাৰ computerত যদি যিকোনো অপ্রয়োজনীয় file
আছে, Manually আপুনি এই file সমূহ delete কৰিব পাৰে। এই কার্য কৰিবলৈ file সমূহ Recycle
বা Trashলৈ drag কৰক।
তাৰ পাছত ইয়াক empty কৰক file সমূহ delete
কৰি।
• Disk defragmenter run কৰা
Windowsৰ control panelত Disk defragmenter থাকে। যদি আপোনাৰ computerটো slowly চলে, তেন্তে Disk defragmenter টো run কৰা ই computerটো speed হোৱা
সহায় কৰিব।
• Disk cleanup run কৰা
Windowsৰ control panelত Disk cleanup programও থাকে। ই আপোনাৰ computerত delete কৰিব লগীয়া temporary fileবোৰ আৰু অন্য fileবোৰ scan কৰে। তাৰ পাছত আপুনি এইবোৰ delete কৰি আপোনাৰ Hard driveৰ space খালী
কৰিব পাৰে।
0 Comments