Computer virusবোৰ বিপদজনক হ'ব পাৰে আৰু ইয়াক seriously লোৱা প্ৰয়োজন, গম্ভীৰ ক্ষতি হোৱাৰ আগত এইবোৰক আতঁৰ কৰাৰ বিভিন্ন উপায় আছে। আমি virus scanning আৰু remove কৰা basic stepবোৰৰ দ্বাৰা আগবাঢ়িম, কিন্তু মনত ৰাখক ইয়াৰ বাবে এজন technical support professional ৰ আৱশ্যক হ'বও পাৰে - সম্পূর্ণকৈ virusবোৰৰ আতঁৰাবলৈ আৰু আপোনাৰ computerটো repair কৰিবলৈ।
Antivirus software - যদি আপোনাৰ ওচৰত এটা Antivirus programs নাই, তেন্তে এটাতকৈ অধিক গুৰুত্বপূর্ণ সমস্যা হোৱাৰ আগতে এটা Antivirus programৰ install কৰক।System scanক Run কৰা -
আপুনি Antivirus program টো run হৈছে নে নাই নিশ্চিত হওঁক আৰু scan আৰম্ভ কৰক। যদি
আপুনি অনিশ্চিত কি দৰে কৰিব, তেতিয়া Antivirus program ৰ লগত আহা documentবোৰ view কৰক, যদি নাপাই developerৰ websiteত documentবোৰ পোৱা
যায়। কিছুমান programএ বিভিন্ন প্রকাৰৰ scan ৰ offer কৰে, আৰু বিভিন্ন
প্রকাৰৰ জৰিয়তে, কিন্তু আপুনি সকলোতকৈ অধিকলৈ ব্যৱহাৰ কৰিব পাৰে, যাক
সাধাৰণতে full system scan বুলি কোৱা হয়। এই কার্য সম্পূর্ণ হ'বলৈ কেইবা
ঘন্টাও লাগে। সাধাৰণতে scan কৰা সময়ত আপুনি computerৰ লগত লাগি থকাৰ প্ৰয়োজন নহয়।
scan হৈ থকা বা সম্পূর্ণ হোৱা পিছত Antivirus Program এ discover
কৰা কিছুমান threat আৰু বিভিন্ন ধৰণৰ recommended
actionৰ notify কৰিব। প্ৰত্যেক recommended
actionবোৰ ভাল বিকল্প। Antivirusএ যিবোৰ threatক remove কৰাত অসমর্থ, ইয়াক ignore নকৰিব। কিছুমান internet সহায়কৰ লগত অথবা যিকোনো professionalৰ লগত কথা পাতক কেনেকৈ আগবাঢ়িব। এই সময়ত Antivirus program ৰ support team এ আপোনাক সহায় কৰিব পাৰে।
আপোনাৰ Antivirus program ৰ লগত Anti-malware
programক bundle কৰে। Anti-malware
program এটা install কৰক আৰু scan ক run কৰক। ই আপোনাক সহায় কৰিব আপোনাৰ antivirus
এ missed কৰা যিকোনো malware বিচৰাত। Antivirus আৰু Anti-malware program এ অলপ বেলেগ ধৰণৰে scan কৰে কিন্তু এইবোৰে একেই
ধৰণৰে কাম কৰে।
যদি এইবোৰ কৰি বিফল হৈছে?
যদি আপুনি virusবোৰ আতঁৰাব পৰা
নাই বা যদি program বা operating systemৰ repair কৰিব লগাকৈ damage হয়, তেতিয়া
আপোনাৰ আৱশ্যক হ'ব High driveটো erase কৰা
আৰু আপোনাৰ operating system আৰু Program বোৰক আকৌ reinstall কৰা। এই সময়ত আপোনাৰ প্রয়োজন হ'ব এজন technical
support professionalক hire কৰা। কিন্তু এইবোৰ
নিজেও কৰা সম্ভৱ। যদি আপুনি এই প্ৰক্ৰিয়াৰ অন্তত নিজৰ hard driveৰ format কৰে, তেতিয়া এই
ভয়ানক virusবোৰ শেষ হ'ব, কিন্তু
আপোনাৰ Drive ৰ সকলো data হেৰাই যাব। এইটোৱে এটা
কাৰণ, যিয়ে আপোনাৰ computerত যিকোনো
গুৰুত্বপূর্ণ সমস্যা বিকাশত হোৱাৰ আগতে data বোৰ নিয়মিত ভাৱে
backup ৰখা গুৰুত্বপূর্ণ। যদি আপুনি hard driveটো format কৰাৰ পাছত backupৰ
দ্বাৰা dataবোৰ restore কৰে, ইয়াক
সুনিশ্চিত কৰিবলৈ কোনো virusৰ পৰা infected নহয়, restored data পুনৰ scan কৰক।
0 Comments