Excel ব্যৱহাৰ কৰি - number বোৰত কাম কৰা সহজ হয়। AutoFill এ data entry সুশৃংখল কৰিব পাৰি। data ৰ ওপৰত base ত - আপুনি chart create কৰিবলৈ - chart ৰ Column, Line, Pie, Bar, Area, Scatter বা Other option ৰ এটা option select কৰিব পাৰে। calculations আৰু problems solve কৰিবলৈ built-in functions ব্যৱহাৰ কৰক।
workbook এখন Create কৰিবলৈ > Excel Open কৰক > Blank workbook Select কৰক -
manually data enter কৰিবলৈ:
empty cell এটা Select কৰক , যেনে- A1, data entry কৰিবলৈ-
cell টোত double click কৰক, keyboard খন open হ'ব আৰু text বা number type কৰিব পাৰে।
Enter Press কৰক- তলৰ cell টোলৈ move হ'ব।
worksheet
টো zoom in/zoom out কৰিবলৈ -
worksheet টোত দুটা আঙুলি ৰাখক, আৰু zoom in কৰিবলৈ- আঙুলি দুটা কাষ চপাওক বা zoom out কৰিবলৈ - আঙুলি দুটা পৃথক কৰক।
এটা series ত data fill কৰিবলৈ :
series আৰম্ভ কৰিবলৈ দুটা cell ত data enter কৰো। যেনে-Monday, Tuesday - series টো থকা cell দুটা select
কৰক, তাৰ পিছত Fill ত select কৰক - Fill handle টো cells ৰ ওপৰেৰে তললৈ টানি নিয়ক। এই দৰে Date, Number আদি
fill কৰিব পাৰি।
তিনিটা উদাহৰণৰ সৈতে Excel ত Analyze
আৰু format অধিক শিকো আহক -
1. AutoSum ৰ সৈতে দ্ৰুতভাৱে calculate
কৰক -
তিনিটা cell ত number type কৰক, আৰু তলৰ cell টো select কৰক,
Home Select কৰক > AutoSum ত ক্লিক কৰক আৰু sum select কৰক।
আপুনি cell ৰ range select কৰিব
লাগিব।
cell
address type কৰোতে মাজত colon চিহ্ন ব্যৱহাৰ কৰক
আৰু Enter press কৰক।
হয়, নম্বৰটো যোগ কৰা হৈছে। এইদৰে average, count, min, max আদি ব্যৱহাৰ কৰি -
calculation
কৰিব পাৰি।
2. Chart এখন create কৰক -
chart এখনত আপুনি দেখুৱাব বিচৰা dataবোৰ select
কৰক। Home select কৰক>Chart ত ক্লিক কৰক , option বোৰৰ মাজৰ আপুনি বিচৰা chart খন select
কৰক। এই দৰে আপুনি chart এখন create কৰিব পাৰে।
3. heading ৰ top row টো Freeze কৰক -
worksheet এখনৰ আন এটা স্থানলৈ scroll কৰাৰ সময়ত worksheet এখনৰ এলেকা দৃশ্যমান ৰাখিবলৈ, View
tab লৈ যাওঁক, য'ত আপুনি নিৰ্দিষ্ট rows আৰু columns ৰ lock কৰিবলৈ Panes বোৰ Freeze কৰিব পাৰে।
View Select কৰক > তাৰ পিছত Freeze Panes > শেষত Freeze Top Row.
বিভিন্ন devices ৰ পৰা এই
Excel file access কৰিবলৈ বা
আনৰ সৈতে share আৰু collaborate কৰিবলৈ OneDriveত workbook এখন save কৰিব পাৰে।
আপোনাৰ workbook, OneDrive ত save কৰিবলৈ -
File Select কৰক > Save As লৈ আহক আৰু Select কৰক
OneDrive ত Document folder টো Select কৰক -
এটা file name enter কৰক আৰু Save
select কৰক। Google account ৰ ব্যৱহাৰ কৰি -
বিনামূলীয়াকৈ OneDriveত sign in কৰিব পাৰে। এটা comment কৰক - ইয়াৰ বিষয়ে অধিক জনাবলৈ -
এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম।
আপোনাৰ workbook
আনৰ সৈতে Share কৰিবলৈ -
Ribbon
ত share select কৰক। > share
as attachment ত ক্লিক কৰক > আপুনি file টো worksheet or pdf হিচাপে share কৰিব, যিকোনো
এটা select কৰক। আৰু আপুনি chose কৰা- whatsapp, mail আদি ব্যৱহাৰ কৰি file share কৰক, শেষত send select কৰি fileটো share কৰিব পাৰে।
0 Comments