Photoshop ৰ জগতখনৰ বিষয়ে অধিক জানিবলৈ আৰু শিকিবলৈ সাজু নে? Get start !
তুমি এজন ডিজাইন অনুৰাগী, বা এজন উদীয়মান
শিল্পী, বা এজন অধিক শিকিবলৈ - আশাবাদি শিক্ষার্থী, এই tutorial series - তোমাৰ creative magic কৰিবলৈ- এক gateway হ’ব -
- কল্পনা কৰা, মাত্ৰ কেইটা মান মিনিটৰ ভিতৰত-
এখন stunning compositions সৃষ্টি কৰা, image বোৰ flawlessly retouching কৰা, আৰু typography mastering কৰা—এই সকলোবোৰ।
- Photoshop CS5 basic কথাসমূহ - আমাৰ step-by-step guide ৰ সৈতে, তোমাৰ দক্ষতা এটা নতুন level লগাবলৈ সাজু হোৱা।
Photoshop CS5 অত কিয় ?
- ২০১০ চনত মুক্তি পোৱা Adobe Photoshop
CS5 কেইবাটাও কাৰণত এক powerful tool হৈয়েই আছে, CS5 হৈছে এটা familiar interface ৰ সৈতে এটা stable version।
বহু ডিজাইনাৰ আৰু পেছাদাৰীয়ে ইয়াৰ
নিৰ্ভৰযোগ্যতাৰ বাবে এতিয়াও ইয়াক ব্যৱহাৰ কৰে। CS5 শিক্ষণে নতুন সংস্কৰণসমূহ বুজিবলৈ এটা সুদৃঢ় ভেটি প্ৰদান কৰিব।
Photoshop 7.0 যথেষ্ট পুৰণি, Outdated Software: ২০০২ চনত মুকলি কৰা হৈছিল, আৰু ইয়াত modern systems আৰু file formats ৰ সৈতে সামঞ্জস্যৰ অভাৱ।
🔥 **এতিয়াই Follow কৰা আৰু আমাৰ creative community ত join হোৱা!** 🔥
তলৰ like button টো টিপিবা, সহযোগী ডিজাইনাৰসকলৰ সৈতে share কৰা, আৰু আহা pixel সমূহক art লৈ ৰূপান্তৰিত কৰোঁ!
1. Introduction to Photoshop CS5* Adobe Photoshop ৰ সৈতে প্রথম পৰিচয় -
Photoshop CS5 ৰ Overview
- Adobe Photoshop হৈছে এটা powerful image
editing software - graphic design, photo retouching, আৰু
digital art ৰ বাবে ব্যৱহাৰ কৰা হয়।
- Photoshop CS5 অত Content-Aware
Fill, Puppet Warp, আৰু Refine Edge
tool ৰ improvement ৰ দৰে feature ৰ introduce কৰিছিল।
প্রথমে, Interface টো বুজি লোৱা -
- *Menu Bar:* য’ত command আৰু feature বোৰ ব্যৱহাৰ কৰিব পাৰো.
- *Tools Panel:* image
editing আৰু creating ৰ বাবে tool সমূহ থাকে।
- *Options Bar:* currently
selected tool ৰ বাবে settings Customize পাৰি।
- *Panels:* Layers,
adjustments, colors, আৰু তোমাৰ project ৰ অন্য দিশসমূহ Manage কৰিব পাৰো।
2. Basic Tools and Techniques
- Workspace টো Navigate কৰা:
Photoshop লৈ image কেইখন মান drag কৰো - আৰু option bar ৰ তলতে place কৰো – file name টোত click কৰি Navigate কৰিব পাৰো - easily
zooming কৰিবলৈ ctrl আৰু “+” key press কৰো। কমাবলৈ ctrl আৰু “-” key press কৰো।
- File বোৰ Open আৰু Save কৰা:
- *File এটা Open কৰিবলৈ workspace অত double click কৰো – select কৰিব বিচৰা file বোৰ open
কৰিব পাৰো.
- *File অত click কৰি Save As অত click কৰো - different format অত তোমাৰ work save কৰিব পাৰি -
- *JPEG:* photo বোৰৰ বাবে Common,
compressed format.
- *PNG:* transparency
Supports কৰে, lossless compression
- *PSD:* Photoshop’s
native format, layers আৰু settings ধৰি ৰাখে।
Layer বোৰৰ বিষয়ে অধিক বুজি লোৱা -
প্রথমে photo paper এটা লৈ লও – তাৰ File tab ত click কৰো আৰু new select কৰো – present অত photo আৰু size
portrait select কৰি ok press কৰো -
- Layer panel অত Layer বোৰ display হয় - Layer বোৰে non-destructive editing অৰ সুবিধা দিয়ে। New Layer ল’বলৈ Layer Pannel অত Create New Layer icon অত
Click কৰি বা Layer tab অত New, Layer select কৰো
– Layer Name এটা দিব পাৰি – আমি নিদিও – ok press কৰো – Layer টো create হৈছে
Layer বোৰ Duplicate কৰা আৰু Layer Delete কৰা পিছলৈ থলো -
এতিয়া Layer টোত এটা circle বনাবলৈ elliptical marquee tool ব্যৱহাৰ কৰিম – accurate
circle হ’বলৈ
shift key press কৰি তললৈ move কৰো, circle area এটো select হৈছে।
এতিয়া foreground color টো ব্যৱহাৰ কৰি Fill কৰো, তাৰ বাবে edit tab অৰ পৰা Fill select কৰি – use foreground color set কৰো
– এই টো এটা নতুন Layer create হৈছে
-
Layers panel লৈ আহি নতুন Layer এটা create কৰো- Create New
Layer bottom click কৰি - এটা Rectangular বনাবলৈ Rectangular
marquee tool ব্যৱহাৰ কৰিম – area টো select কৰি লও।
Foreground color change কৰিম তাৰ বাবে color picker ৰ পৰা color এটা set কৰো - edit tab অৰ পৰা Fill select কৰি – use foreground color set কৰো।
Layer অত select কৰি
layer বোৰ manage কৰিব পাৰো –
একেলগে দুটা Layer select কৰিবলৈ keyboard অত Ctrl key ব্যৱহাৰ কৰো – Right click কৰি link layers কৰো – Layer কেইটা একে লগে move কৰিবলৈ সুবিধা হয় - Right click কৰি unlink layers কৰো-
Adjust opacity to make layer অৰ
semi-transparent কৰিবলৈ opacity Adjust
কৰিব পাৰে - Layers panel
অৰ opacity option অত select কৰি drag কৰিব পাৰো। Layer টো semi-transparent হয় তলৰ Layer টো visible হয় -
Blending mode অৰ বাবে Layers panel অৰ Blending mode option অত select কৰি creative effect বোৰ দিব পাৰো –
Drop shadow অত click কৰি - Distance, spread, size বঢ়াই
shadow টো arrange কৰিব পাৰো।
Outer Glow অত click কৰি outer glow size বঢ়াব পাৰো।
Color overlay অত click কৰি Color change কৰিব পাৰো।
Stroke অত click কৰি outline দিব পাৰো- color choose কৰি size টো ডাঙৰ কৰিলেই হ’ল –
Layer Masks ব্যৱহাৰ কিদৰে কৰিবা?
ইয়াৰ বাবে এটা project কৰো – এই photo দুখন ব্যৱহাৰ কৰিম –
লৰাটোক complete select কৰিবলৈ আমি বিভিন্ন tool ৰ ব্যৱহাৰ হয় – Lasso Tool, Polygonal আৰু Magnetic Lasso Tool ব্যৱহাৰ কৰিব পাৰো – এই Tool বোৰৰ পাছলৈ চাম।
Quick Selection Tool ব্যৱহাৰ কৰিম – select কৰিব লগীয়া অংশ টো select কৰি লাহে লাহে তললৈ drag কৰি এটা এটা নিদির্ষ্ট সকলো area select কৰো –
Layers panel অৰ Add Layer Mask option অত
click কৰো – background টো
transparent হৈছে – key board অত ctrl key press কৰি Photo খন drag কৰি, Tazmahal
image খন place কৰো।
Drag কৰা image টো high resolution, Window size টো সৰু কৰিবলৈ keyboard ctrl “+” key press কৰো
– সৰু হৈছে।
এতিয়া free transform ব্যৱহাৰ কৰি Shift key
press কৰি drag কৰো
– আৰু shift key press কৰি
Tazmahal image খন লৈ move কৰো – অলপ Time লাগিব image খন সঠিক ঠায়ত Place কৰো।
Mask layer টো select কৰি Mask panel টোত Mask Edge
click কৰি Refine Mask অত
Adjust Edge অৰ Smooth আৰু
Shift Edge অলপ increase কৰো,
zoom icon অত click কৰি
zoom কৰিব পাৰো। edge adjust কৰি ok press কৰো।
- Mask এ non-destructive editing আৰু
image বোৰ combine কৰিব পাৰো।
Object বোৰ বিভিন্ন প্রকাৰৰ selection কৰিব পাৰো –
·
Marquee Tool rectangular
Marquee Tool এ box আকৃতি select কৰিব
·
Elliptical Marquee
Tool এ circle আকৃতি select কৰিব পাৰো-
·
Lasso ব্যৱহাৰ কৰি freehand ভাৱে Draw কৰি selection কৰিব পাৰো –
·
Polygonal Lasso এ straight line হিচাপত select কৰি কৰি selection কৰিব পাৰো –
·
magnetic Lasso এ auto selection
হয়, অলপ আতঁৰত আতঁৰত click কৰি লাহে লাহে select কৰি কৰি selection কৰিব পাৰো –
·
Magic Wand Tool এ auto select কৰে – same color আৰু brightness
area ত –
· Quick Selection Tool এ color আৰু texture based area বোৰত Quickly select কৰিব পাৰো- left mouse click কৰি লাহে লাহে এটা এটাকৈ select কৰিলেই হ’ল -
Refine Edge Tool কি আৰু কিদৰে ব্যৱহাৰ কৰা হয়?
Refine Edge এ better accuracy ৰ বাবে Fine-tune selection কৰিব পাৰো- তাৰ বাবে option bar অত থকা Refine Edge অত click কৰো –
View mode বিভিন্ন color mode
image টো view কৰিব পাৰো -
Edge Detection অত smart radius
click কৰো আৰু Radius
increase কৰো –
Adjust Edge অত shift Edge
size টো increase কৰো
–
Output অত Decontaminate
color select কৰো আৰু New Layer with Layer Mask select কৰো
– new layer এটা create হ’ব।
আনটো image লৈ আহো আৰু layer lock টো খুলিবলৈ layer টোত double click কৰো – move tool select কৰি left mouse click কৰি আগৰ image টোলৈ drag কৰো –
Layer টো mask layer অৰ তললৈ drag কৰো – free transform ব্যৱহাৰ কৰি photo খন সৰু কৰো আৰু সঠিক ঠাইত place কৰো -
Basic Image Editing -
Image বোৰত Crop আৰু Straight কৰা -
- Use the Crop Tool to
trim and straighten photos.
Crop tool এ image টোৰ area select কৰিবলৈ আৰু select কৰা area ৰ বাহিৰত সকলোবোৰ remove লৈ বা crop কৰিব পাৰো।
Crop tool select কৰো – ইয়াত width, height আৰু resolution set কৰিব পাৰো – সেই অনুসৰি image টো
crop কৰিব পাৰি – আমাৰ image খন straighten বা
parallel level অত আনিবলৈ image টো
rotate কৰো আৰু ok কৰো –
এই খালী area বোৰ Fill কৰিবলৈ Polygonal Lasso tool select কৰো – new selection select কৰি
straight line হিচাপত area টো selection কৰো –
Edit ৰ পৰা Fill select কৰো, ইয়াত use content অত
Content Aware select কৰো আৰু ok press কৰিম
– Area টো fill হৈছে –
প্রথম area টো select কৰি keyboard অত
Shift key press কৰি আনটো area select কৰিম
– আগৰ দৰে Content Aware ব্যৱহাৰ কৰি
fill কৰো।
শেষত image টো clear কৰিবলৈ pitch tool ব্যৱহাৰ
কৰো প্রথমে কৰিব লগীয়া area selection কৰো আৰু drag কৰি source area অত place কৰিম-
সকলো area অত একে দৰে কৰো -
Brightness আৰু Contrast
Adjust কৰা -
- image টোৰ overall lightness আৰু contrast বৃদ্ধি কৰিব পাৰো। Layer Panel অত Create new fill and adjustment layer
click কৰি Brightness/Contrast select কৰো – Adjustment panel অত
Click Brightness আৰু Contrast অলপ বঢ়াই দিও – এতিয়া image টো স্পষ্ট হৈছে।
Level অত কাম কৰিবলৈ –
আন এটা image লও- Layer Panel অত, Level option টোত
select কৰো – Adjustment panel অত যিকোনো color select কৰি image টো adjust কৰিব পাৰো– এতিয়া RCB color select কৰি adjust কৰো–
Curves অত কাম কৰিবলৈ –
একে দৰে Curves select কৰি image টো adjust কৰিব পাৰো – এতিয়া RCB color
select কৰি adjust কৰো
–
Levels আৰু Curves
adjustments ব্যৱহাৰ কৰি tonal range আৰু color balance Adjust কৰিব পাৰো।
Color Adjustment বোৰ কৰিবলৈ -
Hue/Saturation option টোত select কৰো – Adjustment panel অত
Master select কৰি - Hue/Saturation/ Lightness কমাই/বঢ়াই আমাৰ প্রয়োজন অনুসৰি overall color আৰু
intensity :* Adjust কৰিব পাৰো -
Color Balance option টোত select কৰো – Adjustment panel অত
Tone অত Shadows/Midtones/Highlights যিকোনো এটা select কৰি – Red/Green/Blue কমাই/বঢ়াই আমাৰ প্রয়োজন অনুসৰি color balance ৰ বাবে shadows,
midtones, আৰু highlights
Adjust কৰিব পাৰো -.
6. Image অৰ Retouch আৰু Repair কৰা -
Spot Healing Brush tool select কৰি
option bar অৰ পৰা brush size বঢ়াই spot বোৰ click কৰি কৰি নাইকীয়া কৰিব পাৰো - Healing Brush Tool select কৰি option bar অৰ পৰা brush size বঢ়াই, Source
Sampled set কৰিবলৈ keyboard অত Alt key press কৰি area টো set কৰি লও আৰু remove area টোত mouse left click কৰি drag কৰি দাগ আৰু imperfection আঁতৰাব পাৰো -
Clone Stamp Tool select কৰি keyboard অত Alt key press কৰি sources area টো set কৰি লও আৰু remove area টোত mouse left click কৰো। দাগ আঁতৰিব - and
Patch Tool select কৰি য’ত বঢ়াব লাগে সেই area টো select কৰি source area লৈ drag কৰি এৰি দিও – হৈছে আমাৰ কাম টো -
Red Eye Tool select কৰি flash
photography অৰ red-eye effect Remove কৰিব পাৰো – অকল eye area টোত click কৰিলেই হ’ল -
Adding Text add কৰিবলৈ – Horizontal
Type Tool select কৰি option bar অৰ পৰা font size টো অলপ বঢ়াই লও – click কৰি typing কৰিব পাৰো – all select কৰি
Font family change কৰো – move tool
select কৰি move কৰো
– আৰু Free Transfrom ব্যৱহাৰ কৰি resize কৰো –
Move কৰো - Type Tool select কৰি all select কৰো আৰু option bar অত Text Color
change কৰো – drag কৰি
accurate Color টো select কৰো
–
Text Effects আৰু Transformations Add কৰিবলৈ -
Layer Panel অত Add a Layer
Style বা layer tab অত
Layer Styles > থকা blending
options click কৰো -
Use layer styles ব্যৱহাৰ কৰি to shadows, glows, আৰু other effect বোৰ add কৰিব পাৰো –
Drop Shadow অত size, Spread,
Distance আৰু angle change কৰো –
Inner Shadow click কৰি দিব পাৰো unmark কৰি deactivate কৰিব পাৰো –
Outer Glow select কৰো – Color
Overlay select কৰি text টো
color কৰিব পাৰো – Outer Glow
size টো অলপ বঢ়াই দিও – নালাগে। Inner Glow add
কৰো – size টো অলপ মিলাই দিও –
Stroke add কৰি Text Outline টো দিব পাৰো – Outline color ও সলনি কৰিব পাৰো- outline size ডাঙৰ কৰিছো –
Paragraph লিখিবলৈ -
Horizontal Type Tool select কৰি Paragraph area
টো set কৰিবলৈ প্রথম আখৰৰ পৰা drag কৰি সঠিক ঠাইত এৰি দিম –
আগতে type কৰি ৰখা paragraph টো copy কৰি Paste কৰো – All Select কৰো – আৰু Character/Paragraph Panel অৰ পৰা Font টো
change কৰো – Blod কৰা,
All Caps কৰা feature বোৰ লব পাৰি।
Paragraph Panel অৰ পৰা Alignment কৰিব পাৰো Center, Right, Left কৰিব পাৰো –
ভাল নাই লগা – Color টো Change কৰো black color – আৰু Stroke টো white color ৰ দিও – মজা লাগিছে ন!
- Brush Tool select কৰি
size, hardness আৰু brush style টো change কৰো – Foreground
color টো brush অৰ
color হ’ব – mouse left
click কৰি draw কৰিব পাৰো- :*
- একে দৰে Pencil Tool
select কৰি – mouse left click কৰি draw কৰিব পাৰো-
- Eraser Tool select কৰি image বা layer টো Erase কৰিব পাৰো- main image টো erase হৈছে, এতিয়া আগৰ অৱস্থালৈ আনিবলৈ foreground color Picker ব্যৱহাৰ কৰি orginal color টো set কৰো আৰু background color টোৱে erase হৈছে – Change কৰো – foreground
color টো background color টোৰ সৈতে। এতিয়া Erase কৰো – হৈছে ।
- Gradient আৰু Paint Bucket Tool
– image এটা smooth color transitions দিবলৈ Gradient ব্যৱহাৰ কৰো – অন্য এখন image লৈছো – Layer panel অত Layer টোত double click কৰি Layer টো unlock কৰো- new layer এটা লও – Layer দুটাৰ Place up-down কৰো – image layer টো select কৰি – Magic Wand Tool ব্যৱহাৰ কৰি select area বোৰ delete কৰো, image টো Transparent কৰো-
তলত থকা Layer টো select কৰি, Gradient Tool select কৰি
– option bar অত gradient Editor open কৰি color set কৰো আৰু radial effect টো add কৰো – area এটা
select হৈ আছে – deselect কৰি লও –
এতিয়া left mouse click কৰি তললৈ drag কৰো – Gradient fill হৈছে –
Paint Bucket Tool select কৰি – foreground
color টো change কৰো
- New Layer এটা লও আৰু আগৰ layer টো delete কৰো –
Paint Bucket Tool select হৈ আছে। left mouse
click কৰি area color ৰ সৈতে Fill হ’ব।
9. Filters আৰু Effects*
প্রথমে image টোৰ duplicate
layer এটা বনাই লও – অন্য Photo খন move tool আৰু Ctrl key press
কৰি drag কৰো – আৰু আগৰ image টো place কৰো –
Photo ডাঙৰ size. Size টো সৰু কৰিবলৈ free transform ব্যৱহাৰ কৰিম – Shift key
press কৰি drag কৰো
– size ratio same থাকিব –
Photo খন সঠিক ঠাইত place কৰো –
Background টো blur কৰিবলৈ – Layer টো select কৰো –
Filters tab অৰ পৰা blur > Smartblur open কৰো
- Radius, Threshold size increase কৰো –
এই দৰে blur Filter টো ব্যৱহাৰ কৰিব পাৰো –
অন্য এটা image ৰ duplicate
layer এটা বনাই লও –
Filters tab অৰ পৰা sharpen > Smart sharpen open কৰো
- Amount, Radius size increase/decrease কৰো –
Indicates Layer visibility অত click কৰি – পার্থক্যবোৰ চাব পাৰো -
এই photo খনত
mselearn logo টো place কৰো
– resize কৰো – সঠিক ঠাইলৈ নিও
Edit tab অৰ transform>
Distort ব্যৱহাৰ কৰি resize কৰি মিলাই দিও –
এতিয়া Filter tab অৰ Distort> Diffuse glow select কৰো
–
ইয়াৰে duplicate layer এটা বনাও, Move tool ব্যৱহাৰ কৰি সঠিক ঠাইলৈ নিও – আৰু resize কৰো
এইদৰে distort filter ব্যৱহাৰ কৰিব পাৰো-
artistic আৰু
photo-realistic filter বোৰ ব্যৱহাৰ কৰিবলৈ –
অন্য এখন image অত Filter tab অত Artistic > Watercolor select কৰো
– Artistic Filter বোৰ সকলো Filter দেখাব। আমি Watercolor টো set কৰো – Film Grain
Filter বেয়া লগা নাই – এই দৰে filter বোৰ ব্যৱহাৰ কৰা হয়।
Golden Text Effect বোৰ কি দৰে কৰিম?
Portrait, 8*10 size paper এটা লও- Rotate কৰো – background
color এটা color picker টো উলিয়া set কৰো
– Fill কৰো background color দি -
Text tool select কৰি Type কৰো – free Transform ব্যৱহাৰ কৰি text size টো resize কৰো –
Text Layer টোৰ এটা duplicate Layer বনাও – Layer অত double click কৰি blending
Option বোৰ open কৰো-
Gradient Overlay অত Gradient
Editor - stop color টো select কৰো – একে দৰে সিটো stop color টো select কৰো এটা light yellow আনটো dark yellow – Gradient Name এটা দিও GOLD বুলি new Gradient এটা
create কৰো। Ok press কৰো – Style –
Reflected select কৰো –
Bevel and Emboss অত Technique Chisel
Hard কৰো – Depth 180 আৰু
size 30 কৰো - Shading Angle 120 এ ৰাখো আৰু anti-aliased tick কৰো
-
Inner Glow অত Blend Mode
Multiply কৰো – Opacity 12 কৰো – Color for Glow অত Color টো Set কৰো – R 230, G 130
আৰু B 30 কৰো আৰু size 75, ok press কৰো।
FIRST Gold layer টো double click কৰো blending option ওলাব, ইয়াত stroke size 8 কৰো,
Fill Type Gradient select কৰো – Gradient
Editor অত আগত save কৰা Gradient use কৰো। style Relected
আৰু angle 90 degree use কৰো –
Bevel and Emboss অত style stroke
emboss, technique chisel Hard, Depth 180, size 8 আৰু
Anti-aliased tick কৰো –
Contour select কৰো –
Outer Glow select কৰো – Opacity 45 আৰু Color Picker open কৰি
R 232, G 129, B 32 দিও – Elements size
55, Quality Anti-aliased tick কৰো আৰু Opacity 45 কৰি Ok কৰো –
Ctrl A press কৰি all select কৰো আৰু Edit tab অৰ পৰা Copy Merged
select কৰো – আকৌ
Edit tab ৰ পৰা Paste কৰো –আন এটা Layer হ’ব।
Filters tab টোৰ পৰা Render > Lens Flate select কৰো
– drag কৰি lens flate টো set কৰো।
আমাৰ কাম সম্পূর্ণ হৈছে – Zoom কৰি image টো ডাঙৰ কৰো।
10. Advanced Technique বোৰ
Smart Object ৰ সৈতে কাম কৰা -
ইয়াৰ বাবে এখন Photo অত আমাৰ Logo টো add কৰো – Drag কৰি photo খন Place কৰো – Layer Panel অত Layer টোত Right click কৰি Convert to
Smart Object Click কৰো – Free
Transfrom ব্যৱহাৰ কৰি Shift key press কৰি - সৰু-ডাঙৰ কৰো –
আকৌ Logo টো
Copy কৰি আনি ইয়াত paste কৰো – আগৰ দৰে সৰু ডাঙৰ কৰো –
পার্থক্যটো ওলাইছে নে ?
Smart Object এ
non-destructive scaling আৰু transformation প্রদান কৰে, যাৰ বাবে Logo টো ফাটি নাযাই । আনহাতে normal Layer অৰ ক্ষেত্রত ওলোতা হৈছে।
Adjustment Layers Use কৰা -
দুইধৰণে Adjustment ব্যৱহাৰ কৰিব পাৰো –
প্রথম ধৰণ হৈছে – Image tab অত Click কৰো Adjustment
> Brightness/Contrast Click কৰো - Brightness/Contrast Panel অত Brightness আৰু Contrast adjust কৰো –
History Panel অত step এটা back কৰো –
দ্বিতীয় ধৰণ হৈছে – Layer Panel অত
create New Fill and Adjustment Layer অত
Brightness/Contrast Click কৰো এতিয়া Adjustment Panel অত Brightness আৰু
Contrast adjust কৰো –
এতিয়া Threshold click কৰি adjust কৰো – photo টো black and white কৰিব পাৰো-
বিভিন্ন Format অত Export কৰা –
File tab অৰ পৰা Save as ত click কৰো -
JPEG অত click কৰি এই format save কৰিব পাৰো - Photography
Display আৰু Web Publishing অৰ বাবে ব্যৱহাৰ হয় –
PNG অত click কৰি এই format save কৰিব পাৰো - Digital Art
and Design, Web Graphics আৰু Screenshot অৰ বাবে ব্যৱহাৰ হয় –
TIFF অত click কৰি এই format save কৰিব পাৰো - TIFF-এ layers, transparency আৰু multi-image fileৰ দৰে feature বোৰ support কৰে। Save File টো open কৰি – আগৰ দৰে Layer বোৰ আৰু feature বোৰ আকৌ পোৱা যায় – সেইহে যিকোনো File এই Format save কৰিলে – পিছত কাম
কৰিবলৈ সুবিধা হয়।
Print আৰু Web publish কৰিবলৈ –
File tab অত click কৰো আৰু Print select কৰিম –
Printer select কৰিম – Pdf format লাগিলে – Microsoft print to pdf select কৰো – Landscape select কৰি photo full size অত
print কৰিব পাৰিম –
Scale to fit media কৰো – print অত click কৰো আকৌ print- file name টো দি – file টো save কৰো –
File tab অত click কৰো আৰু Save for Web
& Devices select কৰিম –
Present JPEG select কৰো –photo
position টো set কৰি
- Save অত click কৰো
- file name টো দি – file টো
save কৰো –
আমাৰ tutorial টোৰ প্রায়ে শেষ মূহুর্ত্বত পাইছোহি। ইমানলৈ video টো চাই থকাৰ বাবে তোমাক অশেষ, ধন্যবাদ – পিছৰ video series টো corel Draw X5 ভিডিঅবোৰ পাবলৈ – আমাৰ blog টো follow কৰা আৰু লগবোৰৰ মাজত share কৰিবা – নিচয় তেওঁলোক উপকৃত হ’ব – নতুন কিবা এটা শিকিবলৈ পাইছা যদি – Like এটা কৰিবা –
এতিয়া ৩ টা Practice Projects কৰি চাও আহা -
১. Photo collages তৈয়াৰ কৰিবলৈ - এখন photo লও, right click ইয়াৰ duplicate layer এটা
create কৰো। Polygonal Lasso Tool select কৰি
Parallelogram type অত shapes এটা draw কৰো
Area টো select হৈছে,
এতিয়া create a new layer অত
click কৰো, আগতে কৰিব লাগিছিল, এতিয়া হে কৰা হ’ল, layer টোত area টো select হৈছে
Background color টো change কৰো – black হৈ আছে – নালাগে –
Fill কৰো, edit tab অত
Fill কৰো, Background color use কৰো – area টো Fill হৈছে –
Duplicate layer টোৰ আকৌ এটা Duplicate
layer বনাও –আৰু ওপৰলৈ Layer টো move কৰো
Free transform কৰি shift key
press কৰি resize আৰু
rotate কৰি accurate size অত place কৰো।
আকৌ আগৰ দৰে ইয়াৰ duplicate layer create কৰো আৰু সঠিক ঠাইত place কৰো।
একে দৰে বাকী আৰু কেইটামান layer মান বনাও, layer কেইটা ধুনীয়া area অত place কৰো ।
২. Event Poster এখন create কৰিবলৈ, Artist জনৰ photo crop কৰি লও
Enter key press কৰি ok কৰো,
Image tab অত click কৰি, Adjustment, Black & White কৰি
ok কৰো, photo খন
black&White হৈছে,
New Layer এটা লও, Layer টো background
color টো use কৰি
Fill কৰো
Edit tab অৰ পৰা Fill background color use কৰিম,
এতিয়া Laye টোৰ opacity কমাই দিও
আকৌ New Layer এটা লও, Layer টো fore ground color টো
use কৰি Fill কৰো
Eraser Tool use কৰি size টো কমাই, Round কে layer টো erase কৰো
Horizontal Type Tool use কৰো, Text টো type কৰিম, Font টো change কৰো, সকলোৰে চিনাকী Arial Font
Background layer অত click কৰো, Rulers অত click কৰি drag কৰো আৰু মাজতে guideline ডাল place কৰো
Text Layer টো select কৰি সঠিক ঠাইলৈ move কৰো
Horizontal Type Tool use কৰো, Text টো type কৰিম, free
transform use কৰি resize কৰো
Blending Options অৰ পৰা Gradient Overlay select কৰো,
Gradient Editor অত আগতে save কৰা এটা Gradient Presents use কৰো আৰু ok, ok কৰো
Type Tool use কৰো, Text টো type কৰো আৰু font টো change কৰো, free transform use কৰি
resize কৰো
Type Tool select কৰি All select কৰো, Font টো ভাল লগা নাই বেলেগ এটা change কৰো এইটোও ভাল লগা নাই আন এটা এইটো ভাল লাগিছে
Color টো change কৰো,
color yellow দিও
Layer Platte অত black layer টোৰ ওপৰত এটা new layer create কৰো
এই Layer টো অলপ ওপৰলৈ move কৰো
Fore ground color picker টো উলিয়াই yellow color টো
set কৰো
Rectangular Marquee Tool use কৰি area টো select কৰি Fore ground
color টো দি Fill কৰো
Type Tool use কৰো, Text টো type কৰো, color টো yellow কাৰণে display হোৱা নাই, All select কৰো আৰু text color টো select কৰো
Move tool select কৰো, Auto select
layer আৰু show bounding box ব্যৱহাৰ কৰিম তেতিয়া ই free transform
অৰ দৰে কাম কৰে click কৰি drag কৰিলেই হ’ল,
Type tool use কৰি All select কৰো option bar অৰ পৰা Character Platte click কৰি
text টো blod কৰো
আগৰ দৰে area এটা select কৰি লও, Layer platte অৰ পৰা new layer এটা লও,
Fore color টো change কৰি white কৰো আৰু Layer টো Fill কৰো
Type কৰো, Font টো
change কৰো লগতে color টোও
Move tool select কৰি text line টো move কৰো
White box layer টো select কৰি ডাঙৰ কৰো
Type tool select কৰি type কৰো আৰু move tool
select কৰি accurate place অত ৰাখো।
Type tool select কৰি type কৰো আৰু Enter , Enter তলৰ line টো select কৰি color টো change কৰো
All select কৰি text বোৰ center alignment কৰো
শেষৰ line টো
type কৰো আৰু Year color টো select কৰি change কৰো -
৩. Logo design কৰিবলৈ quick selection tool use কৰি
image টো select কৰো,
image টো zoom কৰো
Add Layer mask click কৰো, background টো remove হ’ব
Layer টোত Right click কৰি Refine Mask select কৰো
ইয়াত shift Edge, Contrast, Further
adjust কৰো, image টো
visible হৈছে
এতিয়া new page এটা লও, width/height
1024, resolution 72 লম
Create new fill or adjustment layer অত
click কৰি Gradient Fill কৰো
Gradient Black & White, Style Radial, আৰু
Reverse কৰো, Scale 150 %, ok press কৰো
আগতে refine mask ব্যৱহাৰ কৰা photo খন drag কৰি, ইয়াত paste কৰো
Photo খনৰ unwanted area টো delete কৰো, মাজলৈ move কৰো
Image tab অৰ পৰা, Contrast টো অলপ বঢ়াই দিও,
Image tab অৰ পৰা, Adjustment, Threshold click কৰো,
Threshold Level টো adjust কৰো
Layer Platte অত Layer টো Multiply কৰো
Polygonal Lasso Tool use কৰি photo কিছু অংশ delete কৰো
Elliptical Marque Tool use কৰি shift key
press কৰি round কে
select কৰো
New Layer এটা লও, Edit tab অৰ পৰা stroke select কৰো stroke color
black কৰো
Move tool select কৰি circle টো photo খনৰ মাজলৈ move কৰো
Edit tab অৰ পৰা Stroke location outside কৰো
Layer টোত double click কৰি blending option অৰ পৰা stroke size টো বঢ়াই দিও
Type tool select কৰি type কৰো
Move tool select কৰি move আৰু rotate কৰো, resize কৰি adjust কৰো
একেবাৰে ওপৰত new layer এটা create কৰো brush tool ব্যৱহাৰ কৰি red color ৰে draw কৰো আৰু layer টো Lighter color use কৰো
Free transform ব্যৱহাৰ কৰি size টো ডাঙৰ কৰো
New Layer এটা create কৰি, একে দৰে brush tool select কৰি
fore color টো change কৰো
আগৰ দৰে draw কৰি আৰু layer টো Lighter color
use কৰো, resize কৰো
Color balance adjust কৰিবলৈ Contrast বঢ়াই দিও,
Layer বোৰ select কৰি
Hue/Saturation adjust কৰি color balance কৰিব পাৰো।
শেষলৈকে ভিডিঅ’টো চোৱাৰ বাবে ধন্যবাদ – like এটা দিবলৈ নাপাহৰিবা – লগতে blog টো follow আৰু share কৰি আমাক উৎসাহিত কৰিবা নতুন নতুন ভিডিঅ’ বনাবলৈ প্রেৰণা পাম – ধন্যবাদ। পুনৰ আন এটা Post ত লগ পাম -
0 Comments